ETV Bharat / bharat

ট্ৰেফিক আইন উলংঘা কৰা বাহনক ৰখোৱাৰ চেষ্টা কৰি আহত আৰক্ষী - Cop sustains injuries after being dragged on car's bonnet in MP's Jabalpur

ট্ৰেফিক আইন উলংঘা কৰা এখন বাহনক ৰখোৱাৰ চেষ্টা কৰাৰ বাবে এগৰাকী যান-বাহন আৰক্ষী আহত হয় ৷ এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ জবলপুৰত ৷

ট্ৰেফিক আইন উলংঘা কৰা বাহনক ৰখোৱাৰ চেষ্টা কৰি আহত আৰক্ষী

author img

By

Published : Oct 27, 2020, 11:38 AM IST

নেশ্যনেল ডেস্ক, 27 অক্টোবৰ: মধ্যপ্ৰদেশৰ জবলপুৰত ট্ৰেফিক আইন উলংঘা কৰা এখন বাহনক ৰখোৱাৰ চেষ্টা কৰাৰ সময়তে এগৰাকী যান-বাহন নিয়ন্ত্ৰন শাখাৰ আৰক্ষী আহত হয় ৷ এই বিষয়ে জানিবলৈ দিয়ে মধ্য প্ৰদেশ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই ৷

আহত আৰক্ষী গৰাকী উপ-পৰিদৰ্শক সুৰেন্দ্ৰ যাদৱ বুলি জানিব পৰা গৈছে ৷ আৰক্ষী গৰাকীয়ে বাহনখন ৰখাবৰ চেষ্টা কৰোতে চালকে বাহন খনৰ গতিবেগ বৃদ্ধি কৰে ৷ যাৰ বাবে তেওঁ আহত হয় ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: শিল্পীৰ তুলিকাত জিলিকিল অৰণ্য মানৱ যাদৱ পায়েং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.