ETV Bharat / bharat

দল-বিৰোধী কাৰ্যকলাপৰ বাবে কংগ্ৰেছে বহিষ্কাৰ কৰিলে সঞ্জয় ঝাক

কংগ্ৰেছ দলৰ প্ৰাক্তন মুখপাত্ৰ সঞ্জয় ঝাক মঙলবাৰে দলটোৰ পৰা বহিষ্কাৰ কৰা হয় ৷ কংগ্ৰেছৰ সংবিধানবিৰোধী আৰু দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগত তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হয় ৷

Congress suspends Sanjay Jha for 'anti-party activities'
দল-বিৰোধী কাৰ্যকলাপৰ বাবে কংগ্ৰেছে বহিষ্কাৰ কৰিলে সঞ্জয় ঝাক
author img

By

Published : Jul 15, 2020, 4:51 AM IST

নিউজ ডেস্ক, 15 জুলাই : জ্যেষ্ঠ কংগ্ৰেছী তথা দলটোৰ প্ৰাক্তন মুখপাত্ৰ সঞ্জয় ঝাক মঙলবাৰে কংগ্ৰেছৰ দলৰ পৰা অব্যাহতি দিয়া হয় ৷ দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযছোগত মঙলবাৰে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হয় সঞ্জয় ঝাক ৷ কংগ্ৰেছ দলৰ মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এই কথা প্ৰকাশ কৰিছে ৷

  • There is a simple solution to the Rajasthan conundrum:

    Sachin Pilot should be made CM

    Mr Ashok Gehlot ( already 3 time CM ) must be given a senior organisational role to revive weak states.

    A new leader appointed as head of RPCC

    Where there’s a will there is a way.

    — Sanjay Jha (@JhaSanjay) July 14, 2020 " class="align-text-top noRightClick twitterSection" data=" ">
  • The only way political parties will survive and prosper is when the only criteria for growth is performance and delivery.

    In 2013 assembly elections , CM Gehlot delivered 21 seats (lowest ever).

    He is rewarded by becoming CM in 2018. For the third time!!!!!

    2019 LS: 0

    OK?

কংগ্ৰেছৰ সমালোচনা কৰি সংবাদমাধ্যমত লিখা এক প্ৰৱন্ধৰ পিচতেই দলে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ মহাৰাষ্ট্ৰ কংগ্ৰেছ প্ৰধান বালাচাহেব থাৰোটে এই বিজ্ঞপ্তি জাৰী কৰি তৎকালীনভাৱে বলৱৎ হোৱাকৈ সঞ্জয় ঝাক দলৰ পৰা বহিষ্কাৰ কৰাৰ বিষয়ে উল্লেখ কৰে ৷

  • For five years Sachin Pilot gave his blood , tears, toil and sweat for the Congress party between 2013-18. The Congress came back from a wretched 21 seats to 100.

    We just gave him a performance bonus. We are so meritocratic. We are so transparent.

মহাৰাষ্ট্ৰৰ শিৱসেনা নেতৃত্বাধীন চৰকাৰত মিত্ৰজোটৰ এগৰাকী মন্ত্ৰী হৈছে থাৰোট ৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইংৰাজী বাতৰি কাকত এই প্ৰৱন্ধটো প্ৰকাশ পোৱাৰ পিচতেই বিগত মাহত ঝাক কংগ্ৰেছৰ মুখপাত্ৰ পদৰ পৰাও অব্যাহতি দিয়া হৈছিল ৷

  • First, Jyotiraditya Scindia.

    Now, Sachin Pilot.

    Who next?

    Watch this space!

আনহাতে দলৰ এই কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ দলবিৰোধী কাৰ্যকলাপৰ বিষয়ে আচৰিত বুলি কয় ৷ তেওঁ মাত্ৰ এখন সংবাদ বিজ্ঞপ্তি দেখা বুলি কয় ৷ ইয়াৰ বিপৰীতে দলে তেওঁৰ ওচৰলৈ আহি এইসমূহ তেওঁ সংঘটিত কৰা অভিযোগ আৰু যাৰ বাবে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি কংগ্ৰেছক সাহস দেখুৱাবলৈ কয় ৷

লগতে পঢ়কঃ আৰ্মীৰ পিচত এইবাৰ অৰ্ধসামৰিক বাহিনীতো ফেচবুক ব্যৱহাৰৰ বন্ধৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.