ETV Bharat / bharat

CAB সম্পৰ্কত গৃহমন্ত্ৰীৰ বৈঠক বৰ্জন কংগ্ৰেছৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অমিত শ্বাহে আয়োজন কৰা বৈঠক বৰ্জন কংগ্ৰেছৰ ৷ এই বিধেয়কখন অসম তথা উত্তৰ-পূৱৰ নাগৰিকৰ স্বাৰ্থৰ বিৰোধী আৰু ই এখন জাতিধ্বংসী বিধেয়ক ৷ ইয়াৰ বিৰুদ্ধে কংগ্ৰেছৰ সংগ্ৰাম অব্যাহত থাকিব বুলিও অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি  ৰিপুন বৰাই উল্লেখ কৰে ৷

author img

By

Published : Nov 29, 2019, 11:11 PM IST

Congress boycott Home minister's CAB meeting
CAB সম্পৰ্কত গৃহমন্ত্ৰীৰ বৈঠক বৰ্জন কংগ্ৰেছৰ

নতুন দিল্লী,29 নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অহা শনিবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে দিল্লীত আয়োজন কৰা বৈঠক বৰ্জন কৰাৰ সিদ্ধান্ত কংগ্ৰেছৰ ৷ শ্বাহে আয়োজন কৰা এই বৈঠকত উত্তৰ-পূৱৰ বিভিন্ন ৰাজনৈতিক দলৰ লগতে বিভিন্ন দল-সংগঠন তথা কেইবাগৰাকীও সামাজিক নাগৰিকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই কয় যে সংসদৰ শীতকালীন অধিবেশনত বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ সম্পূৰ্ণ যোজা চলাইছে ৷ এই বৈঠক কেৱল এক আভুৱা ভৰাৰ বৈঠক বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছে সেইবাবে বৰ্জন কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

CAB সম্পৰ্কত গৃহমন্ত্ৰীৰ বৈঠক বৰ্জন কংগ্ৰেছৰ

অমিত শ্বাহে ত্ৰিপুৰা,মিজোৰাম,অসম,অৰুণাচল প্ৰদেশ,মেঘালয় আৰু নাগালেণ্ডৰ প্ৰতিনিধিৰ লগত কেইবালানি বৈঠকত ভাগ লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনা কৰিব ৷ কিন্তু পূৰ্বেই নিৰ্ধাৰিত এই বৈঠকত মণিপুৰৰ প্ৰতিনিধিয়ে ভাগ নলয় ৷ এই বিষয়ে ইতিমধ্যে মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙৰ সৈতে অমিত শ্বাহে আলোচনা কৰিছে ৷

ধাৰণা কৰা হৈছে অহা সপ্তাহত সংসদত চৰকাৰে এই বিধেয়কখন উত্থাপন কৰাৰ সম্ভাৱনা আছে ৷ এই বিধেয়কখন অসম তথা উত্তৰ-পূৱৰ নাগৰিকৰ স্বাৰ্থবিৰোধী আৰু ই এখন জাতিধ্বংসী বিধেয়ক ৷ ইয়াৰ বিৰুদ্ধে কংগ্ৰেছৰ সংগ্ৰাম অব্যাহত থাকিব বুলিও ৰিপুন বৰাই উল্লেখ কৰে ৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ-পূৱতে ধাৰাবাহিকভাৱে আন্দোলন চলি আছে ৷ উত্তৰ-পূৱৰ সকলো কংগ্ৰেছ সাংসদ আৰু এই বিধেয়কৰ বিৰোধী সকলো দলৰ সাংসদসকলে সংসদত আৰু সংসদৰ বাহিৰত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

হাতত প্লে-কাৰ্ড লৈ সাংসদসকলে এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিল কৰিবলৈ বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ উল্লেখ্য যে অসমৰ প্ৰভাৱশালী জাতীয় ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাই এই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ আন্দোলনৰ নেতৃত্ব দিছে আৰু ইয়াৰ লগত অসমৰ বিভিন্ন সংগঠনে সহযোগ আগবঢ়াইছে ৷ আছু নেতৃত্বই ইতিমধ্যেই এই সম্পৰ্কত বিভিন্ন দলৰ নেতাৰ লগত আলোচনা অব্যাহত ৰাখিছে ৷

আৰু পঢ়কঃ ভাৰতৰ স্বাস্থ্য সেৱা ব্যৱস্থাক চিকিৎসাৰ প্ৰয়োজন

Intro:New Delhi: The Congress has decided to boycott a meeting on Citizenship Amendment Bill (CAB) called by Home Minister Amit Shah in New Delhi on Saturday.

Body:The meeting convened by Shah is likely to be attended by all stakeholders including representatives of different political parties from all the northeastern states, student bodies and civil societies among others.

"BJP is already mentally prepared to introduce CAB in the on going winter session of the Parliament...This meeting is nothing but only a mere eyewash to show that all the stakeholders have been discussed on the matter," said Assam Pradesh Congress Committee (APCC) president Ripun Bora to ETV Bharat.

Amit Shah will sit for back to back meetings with representatives from Tripura, Mizoram, Assam, Arunachal Pradesh, Meghalaya, Nagaland to consult will all stakeholders over their concern regarding CAB. However, representatives from Manipur have not been included in the pre-scheduled meeting list.

Sources said, Home Minister Amit Shah already had a discussion with Manipur Chief Minister N Biren Singh on the issue.

It is believed that BJP Governmnet will pass the CAB in the coming Union Cabinet meeting on Wednesday after which it will be tabled in the Parliament.

Government is believed to have decided to introduce the bill next week in the Parliament.

"The bill is against the interest of the people of Assam and entire northest. We will keep our fight against the bill," said Bora.

The bill, which is facing severe criticism and protest, seeks to amend the Citizenship Act, 1955 and grant citizenship to Hindu, Sikh, Buddhist, Jain, Parsi and Christian immigrants from Pakistan, Bangladesh and Afganistan who have illegally migrated into India following religious prosecution.

Conclusion:Interestingly all the Congress MPs from Northeast and parties opposing CAB have staged a protest demonstration against the bill in the Parliament premises.

Showing placards in their hands, the MPs were also shouting slogans asking the Governmnet to reconsider their decision to introduce the CAB in the Parliament.

It may be mentioned here that influential student organisation from Assam, All Assam Students Union (AASU) is spearheading the anti-CAB movement in the state.

AASU leaders had also been campaigningin New Delhi to meet leaders of different political parties to get their support against the bill.

end.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.