ETV Bharat / bharat

তেলেংগানাত প্লাজমা দান সমিতি গঠন কংগ্ৰেছৰ

author img

By

Published : Jul 17, 2020, 6:17 PM IST

শুকুৰবাৰে তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটিৰ কোষাধ্যক্ষ গুদুৰ নাৰায়ণ ৰেড্ডীয়ে এটা প্লাজমা দান সমিতি মুকলি কৰে ৷

তেলেংগানাত প্লাজমা দান সমিতি গঠন কংগ্ৰেছৰ
তেলেংগানাত প্লাজমা দান সমিতি গঠন কংগ্ৰেছৰ

নেশ্যনেল ডেস্ক, 17 জুলাই: COVID-19ৰ পৰা অব্যাহতি লাভ কৰা এগৰাকী কংগ্ৰেছ নেতাই অন্য আক্ৰান্ত ৰোগী সকলক ৰক্ষাৰ্থে প্লাজমা দান কৰিবলৈ এটা প্লাজমা দান সমিতি আৰম্ভ কৰে ৷

বৃহস্পতিবাৰে এই সমিতি আৰম্ভ কৰাৰ লগতে তেওঁ আৰু অন্যান্য কৰ্মকৰ্তা সকলে তেলেংগানাৰ স্বাস্থ্যমন্ত্ৰী ই ৰাজেন্দৰৰ সৈতে সাক্ষাৎ কৰে আৰু তেলেংগানাত প্লাজমা দানৰ বাবে নিৰ্দেশিকা তৈয়াৰ কৰিবলৈ অনুৰোধ কৰে ৷ এই বিষয়ে এক বিজ্ঞপ্তিযোগে উল্লেখ কৰিছে,তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটিৰ কোষাধ্যক্ষ গুদুৰ নাৰায়ণ ৰেড্ডীয়ে ৷

স্বাস্থ্য কৰ্মকৰ্তাসকলক প্লাজমা থেৰাপিৰ পদক্ষেপক আগুৱাই নিবলৈ দিল্লী,মহাৰাষ্ট্ৰ,কৰ্ণাটক,ওড়িশা আৰু অন্য ৰাজ্য সমূহৰ চৰকাৰৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ কোৱা হৈছে বুলি জানিবলৈ দিয়ে ৰেড্ডীয়ে ৷

ৰেড্ডীয় চৰকাৰক প্লাজমা থেৰাপিত দ্ৰুত গতি প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ৷ COVID-19 এক গুৰুতৰ ৰোগ আৰু এই ক্ষেত্ৰত প্লাজমা থেৰাপি যথেষ্ট ফলপ্ৰসু বুলি উল্লেখ কৰে গুদুৰ নাৰায়ণ ৰেড্ডীয়ে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ দুগৰাকীকৈ সুৰক্ষা কৰ্মী কৰ’ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.