ETV Bharat / bharat

উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণ - ETV BHARAT

ধাৰাষাৰ বৰষুণৰ ফলত ৰামগংগা নদীত বিপদ সংকুলভাৱে বৃদ্ধি পাইছে জলপৃষ্ঠ ৷ ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰৱল বৃষ্টিপাত আৰু ধুমুহা বৰষুণৰ ফলত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷

Cloudburst
author img

By

Published : Jun 2, 2019, 11:18 PM IST

উত্তৰাখণ্ড ,2 জুন :উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণ ৷ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন ঠাইত ভূমিস্খলন ৷ প্ৰশাসনৰ হাই এলাৰ্ট জাৰি ৷

ৰাজ্যখনৰ চমৌলী অঞ্চলত এজন লোকৰ মৃত্যু ৷ ৰাজ্যখনৰ বিভিন্ন ঠাইত পানী সোমোৱাৰ ফলত বহুতো পশুধনৰ মৃত্যু হৈছে ৷ ইতিমধ্যে উদ্ধাৰকাৰী বাহিনী দুৰ্যোগ প্ৰৱণ অঞ্চলসমূহলৈ ৰাওনা হৈছে ৷

উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণ

আনহাতে ধাৰাষাৰ বৰষুণৰ ফলত ৰামগংগা নদীত বিপদ সংকুলভাৱে বৃদ্ধি পাইছে জলপৃষ্ঠ ৷ ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰৱল বৃষ্টিপাত আৰু ধুমুহা বৰষুণৰ ফলত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷

Cloudburst in Uttarakhand leaves one dead

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.