ETV Bharat / bharat

মুম্বাইৰ মেৰিন ড্ৰাইভত অৰ্ধসামৰিক বাহিনী মোতায়েন - মেৰিন ড্ৰাইভ

অঞ্চলটোত জনসমাগমৰ ক্ষেত্ৰত থকা সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰৰ সিদ্ধান্ত প্ৰশাসনৰ ।

CISF jawans deployed on iconic Marine drive

author img

By

Published : Jun 4, 2020, 8:22 PM IST

মুম্বাই, ৪ জুন : মুম্বাইৰ ৰাণী হাৰ নামে খ্যাত মেৰিন ড্ৰাইভত জিলা প্ৰশাসনে মোতায়েন কৰিছে অৰ্ধসামৰিক বাহিনী । ক'ৰণা ভাইৰাছৰ বাবে চৰকাৰে সমগ্ৰ দেশত জাৰি কৰা লক ডাউন প্ৰত্যাহাৰৰ পাছত অঞ্চলটোত জনসমাগম হ'লেও শাৰীৰিক দুৰত্ব অব্যাহত থাকে, তাৰবাবে প্ৰশাসনে মোতায়েন কৰিছে অৰ্ধসামৰিক বাহিনী ।

CISF jawans deployed on iconic Marine drive
মুম্বাইৰ মেৰিন ড্ৰাইভত অৰ্ধসামৰিক বাহিনী মোতায়েন

মুম্বাইৰ মেৰিন ড্ৰাইভ প্ৰাতঃভ্ৰমণ আৰু বিয়লি ভ্ৰমণৰ বাবে বিখ্যাত । ৰাজ্যখনত ক'ৰণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা দেশৰ ভিতৰত সৰ্বাধিক হ'লেও মহাৰাষ্ট্ৰ চৰকাৰেও লক ডাউনৰ ক্ষেত্ৰত কিছু শিথিলতা অনাৰ কথা ঘোষণা কৰিছে । এনে সময়ত যাতে সকলোৱে লক ডাউনৰ নীতি নিৰ্দেশনাসমূহৰ লগতে শাৰীৰিক দুৰত্ব মানি চলে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ প্ৰশাসনে মোতায়েন কৰিছে অৰ্ধসামৰিক বাহিনীক ।

লগতে চাওকঃ স্বাৱলম্বী হ'বলৈ বায়'ফ্লক পদ্ধতিৰে মীন পালন কৰকঃ আঙুৰলতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.