ETV Bharat / bharat

গুজৰাটৰ দেৱনী মোৰীত ক্ল'ৰিন গেছ নিৰ্গমন - ক্ল'ৰিন গেছ

গুজৰাটৰ দেৱনী মোৰীত থকা যুথ জল পূৰ্বত যোজনাৰ পানীৰ প্লাণ্টত শুকুৰবাৰে ক্ল'ৰিন গেছ নিৰ্গমন হোৱাৰ ফলত বিশেষভাৱে প্ৰভাৱিত হয় প্লাণ্টটোৰ নিকটৱৰ্তী গাঁৱত থকা লোকসকল ৷

ক্ল'ৰিন গেছ নিৰ্গমন
ক্ল'ৰিন গেছ নিৰ্গমন
author img

By

Published : Sep 4, 2020, 1:53 PM IST

নেশ্যনেল ডেস্ক, 4 চেপ্তেম্বৰ: শুকুৰবাৰে গুজৰাটৰ দেৱনী মোৰীত থকা যুথ জল পূৰ্বত যোজনাৰ পানীৰ প্লাণ্টত, ক্ল'ৰিন গেছ নিৰ্গমন হয় বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰ ফলত সেই প্লাণ্টটোৰ নিকটৱৰ্তী গাঁৱত থকা লোক সকল বিশেষভাৱে প্ৰভাৱিত হয় ৷ গাঁৱৰ লোকসকল শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে ৷

পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ অত্যাধিক ক্ল'ৰিনৰ বাবে মূৰ ঘুৰণিৰ দৰে সমস্যাৰ সন্মুখীন হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ লোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ জানিব পৰা মতে, প্ৰায় 60 কিল'গ্ৰাম ক্ল'ৰিন পানীৰ প্লাণ্টটোত জমা হৈ আছিল ৷

লগতে পঢ়ক: ইচ্ছা মৃত্যু বিচাৰি ৰাজ্যপাললৈ আবেদন এজন অসহায় ব্যক্তিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.