নিউজ ডেস্ক , 18 মে': গুজৰাটৰ ৰাজকোত'ত "শ্ৰী ব'লবালা জনহিতকাৰী সংস্থা" নামৰ এটা সংস্থায়ে এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে মানৱীয়তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ৷ সংস্থাটোৱে চিকিৎসালয়ত থকা ৰোগী আৰু চহৰ খনত খোৱাৰ অভাৱত থকা দৰিদ্ৰ লোক সকলৰ বাবে এখন "ৰোতি বেঙ্ক" চলায় ৷ চহৰ খনত যাতে কোনো দৰিদ্ৰ লোকে ভোকত শুব নালাগে , ইয়ে হৈছে এই "ৰোতি বেঙ্ক" খনৰ মূল বিষবস্তু ৷ উল্লেখ্য যে বিহাৰ আৰু পাঞ্জাবত থকা এনেধৰণৰ বেঙ্কৰ পৰা , সংস্থাটোৱে "ৰোতি বেঙ্ক" খন খুলিবলৈ অনুপ্ৰেৰণিত হৈছে ৷
গুজৰাটত দৰিদ্ৰৰ বাবে "ৰুটি বেঙ্ক" - শ্ৰী ব'লবালা জনহিতকাৰী সংস্থা
সংস্থাটোৱে চিকিৎসালয়ত থকা ৰোগী আৰু চহৰ খনত খাদ্যৰ অভাৱত থকা দৰিদ্ৰ লোক সকলৰ বাবে এই "ৰোতি বেঙ্ক"ৰ মুকলি কৰে ৷