ETV Bharat / bharat

অশান্ত অসম, শংকিত গৃহ মন্ত্ৰণালয়, অধিক সেনা নিয়োগৰ সিদ্ধান্ত - govt redirects troops to Assam

অসমলৈ নিয়োগ কৰা হৈছে বৃহৎ সংখ্যক চিআৰপিএফ জোৱান ৷ জম্মু-কাশ্মীৰ আৰু মণিপুৰৰ পৰা বিশেষ ট্ৰেইনৰ জৰিয়তে জোৱানসকলক নিয়োগ কৰাৰ ব্যৱস্থা কৰা হৈছে ৷

শংকিত গৃহ মন্ত্ৰণালয়
অসমত অধিক সেনা নিয়োগৰ সিদ্ধান্ত
author img

By

Published : Dec 11, 2019, 6:23 PM IST

নেশ্যনেল ডেস্ক, 11 ডিচেম্বৰ : ৰাজ্যসভাত কেব উত্থাপন হোৱাৰ লগতে অসমত সৃষ্টি হোৱা অশান্ত পৰিস্থিতিক লৈ শংকিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ ৷ সেয়েহে অধিক সৈন্য বাহিনী নিয়োগৰ বাবে গৃহ মন্ত্ৰণালয়ে জম্মু-কাশ্মীৰত নিয়োজিত সেনা অসমলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ জম্মু-কাশ্মীৰৰ সাম্প্ৰতিক পৰিস্থিতি পূৰ্বতকৈ উন্নত হোৱাৰ পৰিপেক্ষিতত অসমলৈ স্থানান্তৰ কৰা হৈছে বৃহৎ সংখ্যক সেনা বাহিনীক ৷

এক নিউজ এজেন্সীয়ে প্ৰদান কৰা তথ্য অনুসৰি, 20 টাকৈ চিআৰপিএফ জোৱানৰ দল অসমলৈ নিয়োজিত কৰা হৈছে ৷ এখন বিশেষ ট্ৰেইনৰ জৰিয়তে এই বৃহৎ সংখ্যক জোৱানক অসমলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে ৷

ইয়াৰোপৰি, মণিপুৰত নিয়োগ কৰা 7 টাকৈ চিআৰপিএফ জোৱানৰ দলকো ডিমাপুৰৰ পৰা এখন বিশেষ ট্ৰেইনৰ জৰিয়তে অসমলৈ প্ৰেৰণ কৰা হ'ব ৷

আৰু পঢ়ক : গুৱাহাটীৰ জি এছ ৰোডত উত্তাল পৰিৱেশ

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.