দিল্লী, ৬ মেঃ সোমবাৰে ঘোষণা কৰা হ’ল চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। বিয়লি ৩ বজাত ঘোষণা কৰা হ’ল এই ফলাফল।
মুঠ ১৮,২৭,৪৭২গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল দশম শ্ৰেণীৰ পৰীক্ষাত। এছএমএছ আৰু অনলাইনযোগেও পৰীক্ষাৰ্থীয়ে লাভ কৰিব পাৰিব ফলাফলসমূহ। পৰীক্ষাৰ্থীসকলে cbse.nic.in বা cbseresults.nic.inত চাৰ্ছ কৰিব পাৰিব নিজৰ ফলাফল।