ETV Bharat / bharat

মগজুৰ মানসিক স্থিতি পৰীক্ষা কৰিবলৈ চিবিআইৰ জিম্মাত হাথৰস কাণ্ডৰ অভিযুক্ত

হাথৰস কাণ্ডৰ তদন্ত অব্য়াহত ৷ বৰ্তমানলৈ মূল অভিযুক্তক চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই যদিও চিবিআইৰ হাতত আহি পৰিছে নতুন নতুন কেতবোৰ তথ্য ৷ আলিগড় কাৰাগাৰৰ চাৰি গৰাকী অভিযুক্তৰ প’লিগ্ৰাফ আৰু মগজুৰ মানসিক স্থিতি পৰীক্ষা কৰিবলৈ চিবিআইৰই জিম্মাত বিচাৰিছে ৷

author img

By

Published : Nov 22, 2020, 7:11 PM IST

CBI takes along Hathras case accused for polygraph, brain mapping test
মগজুৰ মানসিক স্থিতি পৰীক্ষা কৰিবলৈ CBI ৰ জিম্বাত আলিগড় কাৰাগাৰাৰ অভিযুক্ত

নিউজ ডেস্ক, 22 নৱেম্বৰ : কেন্দ্ৰীয় অনুসন্ধান তথ্য চমুকৈ চিবিআইয়ে দেওবাৰে হাথৰস কাণ্ডৰ তদন্তৰ বাবে আলিগড় কাৰাগাৰৰ চাৰিজন অভিযুক্তৰ প’লিগ্ৰাফ আৰু মগজুৰ মানসিক স্থিতি পৰীক্ষা কৰিবলৈ নিজৰ জিম্মাত লৈছে ৷ আলিগড় কাৰাগাৰৰ অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে এই কথা ৷ অধীক্ষক গৰাকীয়ে আকৌ জানিবলৈ দিয়া অনুসৰি, শনিবাৰে CBI য়ে অভিযুক্ত চাৰিজনক আলিগড় কাৰাগাৰৰ পৰা গুজৰাটৰ গান্ধী নগৰলৈ আনিছে ৷

লগতে পঢ়ক : প্ৰাসংগিক প্ৰেক্ষাপটত এইবাৰৰ অতিথি ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো

উল্লেখ্য যে, 14 ছেপ্তেম্বৰত উত্তৰ প্ৰদেশৰ হাথৰসত এগৰাকী 19 বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত কিশোৰী গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও 29 ছেপ্তেম্বৰত কিশোৰী গৰাকী চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল ৷ ইফালে, কিশোৰী গৰাকীৰ মৃত্যুৰ পিচত প্ৰশাসনে পৰিয়ালৰ লোকক অবগত নকৰাকৈ কিশোৰী গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া কৰিছিল ৷ যাৰবাবে সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু দোষীক কৰায়ত্ব কৰি মৃত্যুদণ্ড বিহাৰ দাবী জনাইছিল ৷

লগতে পঢ়ক : তৰুণ গগৈৰ স্বাস্থ্য সন্দৰ্ভত জিএমছিএইছ অধ্যক্ষৰ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.