ETV Bharat / bharat

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰঃ বৃদ্ধি পালে 4 শতাংশ মৰগীয়া বানচ - DA

কেন্দ্ৰীয় মন্ত্ৰীসভাই 4 শতাংশ মৰগীয়া বানচ বৃদ্ধিৰে 21 শংতাশ মৰগীয়া বানচ বৃদ্ধি কৰিছে ৷ ইয়াৰ দ্বাৰা উপকৃত হ'ব কেন্দ্ৰীয় চৰকাৰৰ 48 লাখ কৰ্মচাৰী আৰু 65 লাখ পেন্সনাৰ ৷

Cabinet approves 4% hike in dearness allowance
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ
author img

By

Published : Mar 13, 2020, 8:10 PM IST

নতুন দিল্লী, 13 মাৰ্চঃ শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ 4 শতাংশ মৰগীয়া বানচ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ এই 4 শতাংশ মৰগীয়া বানচ বৃদ্ধিৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ মৰগীয়া বানচ সৰ্বমুঠ 21 শতাংশলৈ বৃদ্ধি পালে আৰু ইয়াৰ বাবদ কেন্দ্ৰীয় চৰকাৰে সৰ্বমুঠ 14,595 কোটি অতিৰিক্ত ব্যয় কৰিব লাগিব ৷

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ

সংবাদ মাধ্যমক সম্বোধণ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে কয় যে, কেন্দ্ৰীয় মন্ত্ৰীসভাই 4 শতাংশ মৰগীয়া বানচ বৃদ্ধিৰে 21 শংতাশ মৰগীয়া বানচ বৃদ্ধি কৰিছে ৷ ইয়াৰ দ্বাৰা উপকৃত হ'ব কেন্দ্ৰীয় চৰকাৰৰ 48 লাখ কৰ্মচাৰী আৰু 65 লাখ পেন্সনাৰ ৷

তেওঁ লগতে এইবুলিও উল্লেখ কৰে যে, এই 4 শতাংশ মৰগীয়া বানচ বৃদ্ধিৰ ফলত কেন্দ্ৰীয় চৰকাৰে 14,595 কোটি টকা অতিৰিক্ত ব্যয় কৰিব লগিব ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.