ETV Bharat / bharat

34 যাত্ৰীসহ আগ্ৰা বাছ হাইজেক

author img

By

Published : Aug 19, 2020, 3:21 PM IST

বাছখনত থকা সকলো যাত্ৰীক বাছখনৰ পৰা নমাই দিয়া হৈছে বুলি জানিব পৰা গৈছে ৷ বাছখনত থকা সকলো যাত্ৰী সুৰক্ষিত অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷

Bus carrying 34 passengers hijacked in Uttar Pradesh's Agra
34 যাত্ৰীসহ আগৰাত বাছ হাইজেক

নিউজ ডেস্ক, 19 আগষ্টঃ উত্তৰ প্ৰদেশৰ আগ্ৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ মঙলবাৰে নিশা 10:30 মান বজাত আগৰাৰ ৰায়ভা টোল প্লাজাৰ সমীপৰ পৰা যাত্ৰীসহ দূৰ্বৃত্তই হাইজেক কৰে এখন বাছ ৷ প্ৰথমে ফাইনেঞ্চ কৰ্মী বুলি বাছখনত প্ৰৱেশ কৰে একাংশ লোকে ৷ কাৰৰ সহায়ত বাছখনক অভাৰটেক কৰি বাছখনক হাইজেক কৰে দুৰ্বৃত্তই ৷ বাছখনত মুঠ 34 গৰাকীকৈ যাত্ৰী আছিল বুলি জানিব পৰা গৈছে ৷ বাছখন গুৰুগ্ৰামৰ পৰা মধ্যপ্ৰদেশৰ পন্না অভিমুখে গৈ আছিল ৷

হাইজেককাৰীয়ে বাছখনত থকা চালক আৰু হেণ্ডিমেনজনক কুবেৰপুৰৰ ওচৰত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত নমাই থৈ বাছ লৈ গুচি যায় ৷ হাইজেকৰ কৰা বাছখনৰ নম্বৰ UP-75M-3516 ৷

পুৱতি নিশা বাছখনৰ চালক আৰু কণ্ডাক্টৰজন মলপুৰা আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ আৰক্ষীয়ে বাছ চালক-কণ্ডাক্টৰক সোধপোছ আৰু ঘটনা সংঘটিত হোৱা টোল প্লাজাৰ পৰা ঘটনাৰ প্ৰাথমিক তদন্ত কৰাৰ পাছত সমগ্ৰ জিলাৰ আৰক্ষী সষ্টম হৈ পৰে ৷

update.. 14:01 August 19

উত্তৰ প্ৰদেশৰ আগ্ৰাৰ পৰা হাইজেক কৰা বাছখন ইটাবাৰ পৰা উদ্ধাৰ কৰা হৈছে ৷ ঝাঞ্চীত সকলো বাছযাত্ৰীক নমাই দিয়া হৈছে বুলি জানিব পৰা গৈছে ৷ বাছখনত থকা সকলো যাত্ৰী সুৰক্ষিত অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, ফাইনেন্স কোম্পানীয়ে বাছখন হাইজেক কৰিছিল ৷ সকলো যাত্ৰী সুৰক্ষিত আছে ৷

লগতে পঢ়ক : ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ ফেৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.