- পাঁচদিনীয়া ভ্ৰমণসূচীৰে লাডাখত উপস্থিত বৰ্ডাৰ ৰোড অগেনাইজেছনৰ চমুকৈ বিআৰঅ'ৰ মহানিৰ্দেশক লেফটেনেন্ট জেনেৰেল হৰপাল সিঙ
- হৰপাল সিঙৰ এই ভ্ৰমণক ৰণনৈতিক ক্ষেত্ৰৰ পৰা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত কৰা হৈছে
- হৰপাল সিঙে লডাখত প্ৰজেক্ট হিমাংক আৰু বিজয়কৰ অধীনত নিৰ্মাণ কৰা বিভিন্ন ৰণনৈতিক পথ পৰ্যালোচন কৰিব
- বিশেষকৈ সেনা চাউনী স্থাপনৰ বিআৰঅ'ৰ মহানিৰ্দেশকগৰাকীয়ে লাডাখৰ পূৱ ক্ষেত্ৰসমূহ পৰ্যালোচনা কৰাৰ সম্ভাৱনা অধিক
- ভাৰত আৰু পাকিস্তানৰ সীমা একেলগে থকাৰ কাৰণে লাডাখক ৰণনৈতিক ক্ষেত্ৰৰ পৰা অতি গুৰুত্বপূৰ্ণ
পাঁচদিনীয়া ভ্ৰমণসূচীৰে লাডাখত বিআৰঅ'ৰ মহানিৰ্দেশক - বিআৰঅ
হৰপাল সিঙৰ এই ভ্ৰমণক ৰণনৈতিক ক্ষেত্ৰৰ পৰা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত কৰা হৈছে ৷
পাঁচদিনীয়া ভ্ৰমণসূচীৰে লাডাখত বিআৰঅ'ৰ মহানিৰ্দেশক
- পাঁচদিনীয়া ভ্ৰমণসূচীৰে লাডাখত উপস্থিত বৰ্ডাৰ ৰোড অগেনাইজেছনৰ চমুকৈ বিআৰঅ'ৰ মহানিৰ্দেশক লেফটেনেন্ট জেনেৰেল হৰপাল সিঙ
- হৰপাল সিঙৰ এই ভ্ৰমণক ৰণনৈতিক ক্ষেত্ৰৰ পৰা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত কৰা হৈছে
- হৰপাল সিঙে লডাখত প্ৰজেক্ট হিমাংক আৰু বিজয়কৰ অধীনত নিৰ্মাণ কৰা বিভিন্ন ৰণনৈতিক পথ পৰ্যালোচন কৰিব
- বিশেষকৈ সেনা চাউনী স্থাপনৰ বিআৰঅ'ৰ মহানিৰ্দেশকগৰাকীয়ে লাডাখৰ পূৱ ক্ষেত্ৰসমূহ পৰ্যালোচনা কৰাৰ সম্ভাৱনা অধিক
- ভাৰত আৰু পাকিস্তানৰ সীমা একেলগে থকাৰ কাৰণে লাডাখক ৰণনৈতিক ক্ষেত্ৰৰ পৰা অতি গুৰুত্বপূৰ্ণ
Intro:মহানগৰীৰ ৰাজগড়ত মুকলি কৰা হল এখন বিপনী। বিভিন্ন সমগ্ৰীৰে পৰিপূৰ্ণ বিপনী খনত গ্ৰাহকৰ বাবে উপলব্ধ সকলো ধৰণৰ সামগ্ৰী। ৰাজগড়ৰ ৬নং উপপথৰ সমীপত মুকলি কৰা বিপনী খনত বজাৰ কৰাৰ বাবে এতিয়া ভিৰ কৰিছে স্থানীয় লোক।
Body:বিভিন্ন ধৰণৰ সমগ্ৰীৰে উপলব্ধ বিপনী খনত নিজৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবৰ বাবে এতিয়া গ্ৰাহকৰ ভিৰ। খোৱা খাদ্য সামগ্ৰীৰ পৰা কছমেটিক সামগ্ৰীলৈ উপলব্ধ এই বিপনীত। সকলো ধৰণৰ খাদ্য সামগ্ৰী উপলব্ধ হোৱাৰ লগতে গ্ৰাহকৰ বাবে প্ৰতি সমগ্ৰীত 5 শতাংশ ৰেহাই মূল্য নিৰ্ধাৰণ কৰিছে বিপনী খনৰ গৰাকীয়ে।
Bite:-মালিক।
বিপনী খনৰ মুকলি কৰে গুৱাহাটী মহানগৰ জিলা উদ্যোগ বিভাগৰ মহাপ্ৰবন্ধক পংকজ কুমাৰ হাজৰিকাই।
Conclusion:এতিয়াৰ পৰা ৰাজগড়ৰ স্থানীয় বাসিন্দা সকলে ঘৰৰ কাষতে সকলো ধৰণৰ সামগ্ৰী ক্ৰয় কৰিবলৈ পাব।