ETV Bharat / bharat

চীন-ভাৰতৰ সমস্যা পৰৱৰ্তী সময়ত অধিক ভয়াবহ হ'ব পাৰেঃ মনমোহন সিং - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

চীন-ভাৰতৰ সীমা বিবাদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ পিচতেই অৱশেষত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে । মংগলবাৰে কংগ্ৰেছ কমিটিৰ এক বৈঠকত প্ৰধানমন্ত্ৰী গৰাকীয়ে চীন আৰু ভাৰতৰ মাজত চলি থকা সমস্যা সন্দৰ্ভত বিচাৰ কৰাৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰে ।

border-issue-with-china-can-lead-to-serious-situation-manmohan

author img

By

Published : Jun 23, 2020, 3:54 PM IST

নিউজ ডেস্ক, ২৩ জুন : চীন-ভাৰতৰ সীমা বিবাদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ পিচতেই অৱশেষত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে । মংগলবাৰে কংগ্ৰেছ কমিটিৰ এক বৈঠকত প্ৰধানমন্ত্ৰী গৰাকীয়ে চীন আৰু ভাৰতৰ মাজত চলি থকা সমস্যা সন্দৰ্ভত বিবেচনা কৰাৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰে । লগতে তেওঁ জনাই যে, সমস্যাটোক যদি বিশ্লেষণ কৰি সমাধান কৰাৰ চিন্তা কৰা নহয় তেতিয়াহলে পৰিস্থিতি আৰু অধিক ভয়াবহ হোৱাৰ আকাংক্ষা কৰিব পাৰি ।

কংগ্ৰেছৰ দলীয় প্ৰধান ছোনিয়া গান্ধীয়ে উক্ত বিষয়ক সমৰ্থন জনাই কয় যে, লাডাখৰ গালৱান সীমান্তৰ সমস্যা যদি এতিয়াই মোকাবিলা কৰা নহয় তেতিয়াহলে পৰৱৰ্তী সময়ত এই সমস্যাই ভয়ংকৰ ৰূপ ল'ব পাৰে ।

border-issue-with-china-can-lead-to-serious-situation-manmohan
চীন-ভাৰতৰ সমস্যা পৰৱৰ্তী সময়ত অধিক ভয়াবহ হ'ব পাৰেঃ মনমোহন সিং

কংগ্ৰেছ নেতা গোলাম নবী আজাদে উক্ত বিষয় সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ কৰি জনাই যে, প্ৰধানমন্ত্ৰীয়ে উক্ত সমস্যা সমাধান কৰাত বিফল হৈছে । তেওঁ লগতে কয় যে, এই সমস্যাটো সমাধান কৰিবলৈ চৰকাৰখনে একেলগ হৈ গুৰুত্ব সহকাৰে কাম কৰিব লাগিব ।

লগতে পঢ়ক : দিল্লীত COVID-১৯ ৰ ৰোগীৰ পৰিচালনাৰ বাবে SOP জাৰি দিল্লী চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.