ETV Bharat / bharat

চণ্ডীগড়ৰ সীমান্ত ছীল কৰা হোৱা নাই - সীমান্ত

দেশত যি দৰে ক'ৰণা সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি চণ্ডীগড় যি সমূহ অঞ্চললৈ প্ৰয়োজনত নগ'লেও হয় তালৈ নাযাবলৈ আহ্বান জনাইছে উপদেষ্টা মনোজ পাৰিদাই ।

চণ্ডীগড়ৰ সীমান্ত ছীল কৰা হোৱা নাইঃ চণ্ডীগড়ৰ উপদেষ্টা

author img

By

Published : Jun 16, 2020, 5:07 PM IST

নিউজ ডেস্ক,১৬ জুনঃ চণ্ডীগড় চহৰ ছীল কৰা হোৱা নাই কোনো অঞ্চল ক'ৰণা ভাইৰাছৰ সংক্ৰমণৰ বাবে । মাত্র যি সমূহ অঞ্চললৈ গ'লে সংক্ৰমণ হ'ব পাৰে সেই সমূহ অঞ্চললৈ যোৱাৰ ক্ষেত্রত হে বাধা প্ৰদান কৰিছে প্ৰশাসনে বুলি উপদেষ্টা মনোজ পাৰিদাই জানিবলৈ দিয়ে ।

চণ্ডীগড়ৰ সীমান্ত ছীল কৰা হোৱা নাইঃ চণ্ডীগড়ৰ উপদেষ্টা
চণ্ডীগড়ৰ সীমান্ত ছীল কৰা হোৱা নাইঃ চণ্ডীগড়ৰ উপদেষ্টা

পাৰিদাই কয় যে আন্দামান নিকোবৰৰ আৰক্ষী অধীক্ষক,আৰক্ষী বিষয়াকে ধৰি বহু লোক ক'ৰণা আক্ৰান্তৰ সময়তে দিল্লীলৈ অহাৰ ফলতে কোভিড ১৯ পজিটিভত আক্ৰান্ত হয় । সেই কাৰণে মনোজ পাৰিদাই সকলোকে টুইট যোগে আহ্বান জনাই যে পৰাপক্ষত এই মহামাৰী সংক্ৰমণৰ সময়ত যি বোৰ অঞ্চললৈ প্ৰয়োজন নহ'লে নগ'লেও হয় তাৰ পৰা আতৰি থাকিবলৈ সকলোকে অনুৰোধ জনায় যাতে চহৰ খনত আৰু অধিক ক'ৰণা সংক্ৰমণ নহয়।

লগতে চাওকঃ কাটাৰে মুকলি কৰিলে ২০২২ বিশ্বকাপৰ তৃতীয়খন ষ্টেডিয়াম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.