ETV Bharat / bharat

বাঘজানত পূৰ্ণ গতিত চলি আছে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ প্ৰচেষ্টা - বাঘজান তৈলখাদ

নতুন দিল্লীস্থিত TERI সংস্থাক অইল ইণ্ডিয়া লিমিটেডে অঞ্চলটোৰ পাৰিপাশ্বিক অৱস্থাৰ অধ্যয়ণৰ দায়িত্ব অৰ্পণ কৰিছে ৷ অঞ্চলটোত দলং নিৰ্মাণৰ বাবে 15 ট্ৰাক সামগ্ৰীৰে সৈতে উপস্থিত হৈছে ভাৰতীয় সেনাৰ এটা দল ৷

Blowout in Gas Well of Oil India Limited at Baghjan, Tinsukia District, Assam
বাঘজানত দলং নিৰ্মাণৰ বাবে 15 ট্ৰাক সামগ্ৰীৰে সৈতে উপস্থিত হৈছে ভাৰতীয় সেনাৰ এটা দল
author img

By

Published : Jun 18, 2020, 8:45 PM IST

নিউজ ডেস্ক , 18 জুনঃ Environment Impact Assessment ৰ দ্বাৰা বাঘজান অঞ্চলৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ অধ্যয়নৰ কাম পূৰ্ণগতিত চলি আছে ৷ NABET য়ে বাঘজানৰ সমীপৰ ডিব্ৰু চৈখোৱা আৰু মাগুৰি মতাপুং অঞ্চলৰ পাৰিপাশ্বিক অৱস্থাৰ অধ্যয়ণৰ বাবে নিৰ্বাচিত কৰিছে ৷ অঞ্চল কেইটাৰ বায়ুৰ গুণগত মানদণ্ড আৰু শব্দ প্ৰদূষণৰ মানদণ্ডৰ ওপৰত TERI ৰ অধ্যয়ন চলাই থকা হৈছে ৷ উল্লেখযোগ্য যে, নতুন দিল্লীস্থিত TERI সংস্থাক অইল ইণ্ডিয়া লিমিটেডে এই অধ্যয়নৰ সকলো দায়িত্ব অৰ্পণ কৰিছে ৷

Blowout in Gas Well of Oil India Limited at Baghjan, Tinsukia District, Assam
বাঘজানত দলং নিৰ্মাণৰ বাবে 15 ট্ৰাক সামগ্ৰীৰে সৈতে উপস্থিত হৈছে ভাৰতীয় সেনাৰ এটা দল

যোৰহাটৰ Council of Scientific & Industrial Research – North East Institute of Science & Technology ৰ এটা দল অঞ্চলটোৰ ভূকম্পনৰ প্ৰৱণতা অধ্যয়নৰ বাবে বুধবাৰে তিনিচুকীয়াত উপস্থিত হয় ৷ SPA মুম্বাইৰ এটা দলেও অঞ্চলটোত কাম কৰি থকা কৰ্মী সকলৰ সুৰক্ষাৰ বাবে অঞ্চলটোত উপস্থিত হয় ৷

অঞ্চলটোত দলং নিৰ্মাণৰ বাবে 15 ট্ৰাক সামগ্ৰীৰে সৈতে উপস্থিত হয় ভাৰতীয় সেনাৰ এটা দল ৷ দলটোৱে ইতিমধ্যে প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে ৷

লগতে পঢ়কঃ আজমল চুপাৰ 40 ত আসন লাভ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ হাবিবুৰ ৰহমানৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.