ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ বুদগামৰ বিজেপি কৰ্মীলৈ গুলীবৰ্ষণ

author img

By

Published : Aug 9, 2020, 8:34 AM IST

Updated : Aug 9, 2020, 9:25 AM IST

জম্মু-কাশ্মীৰৰ বুদগামত বিজেপি কৰ্মীলৈ গুলীবৰ্ষণ ৷ ঘটনাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বিজেপিৰ জিলা সভাপতি এবি হামিড নাজাৰ ৷

বিজেপিৰ জিলা সভাপতি এবি হামিড নাজাৰ
জম্মু-কাশ্মীৰৰ বুদগামৰ বিজেপি কৰ্মীলৈ গুলীবৰ্ষণ

নেশ্যনেল ডেস্ক, 9 আগষ্ট : দেওবাৰে পুৱাৰ ভাগত বুদগামৰ বিজেপিৰ জিলা সভাপতি এবি হামিড নাজাৰলৈ কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীবৰ্ষণ কৰে ৷ এই আক্ৰমণৰ ফলত গুলীবৃদ্ধ হোৱা নাজাৰক ততাতৈয়াকৈ চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

উল্লেখ্য যে, 6 আগষ্টৰ দিনাও বিজেপি কৰ্মী ছাজাদ আহমেদ খাণ্ডেক কুলগ্ৰামৰ ভেছু গাডীগাণ্ড অঞ্চলস্থিত তেওঁৰ বাসগৃহত কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীয়ায় ৷ এই আক্ৰমণৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হয় ৷

লগতে পঢ়ক : কোজিকোডে বিমান দুৰ্ঘটনাৰ তদন্তৰ তথ্য ৰাজহুৱা কৰা হ'ব : হৰদ্বীপ সিং

Last Updated : Aug 9, 2020, 9:25 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.