ETV Bharat / bharat

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত চমক সৃষ্টিৰ চেষ্টা

author img

By

Published : Apr 9, 2019, 11:47 AM IST

ভাৰতীয় জনতা পাৰ্টিয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে আকৌ এবাৰ চমক সৃষ্টিৰ চেষ্টা চলাইছে ৷ ইস্তাহাৰক "সংকল্প পত্ৰ" নাম দি জম্মু-কাশ্মীৰত 370 অনুচ্ছেদ উঠাই লোৱা, অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ আৰু ইউনিফৰ্ম চিভিল কড' অধিনিয়ম জাৰী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিজেপিয়ে ৷

BJP'S ELECTION MENIFESTO

নিউজ ডেস্ক, 9 এপ্ৰিলঃ লোকসভা নিৰ্বাচন, 2019 ৰ ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী ইস্তাহাৰ ইতিমধ্যে প্ৰকাশ পাইছে ৷ এই ইস্তাহাৰক "সংকল্প পত্ৰ" নাম দি প্ৰকাশ কৰিছে দলটোৱে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপি অধ্যক্ষ অমিত শ্বাহ, অৰুণ জেটলী আৰু সুষমা স্বৰাজৰ উপস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে ইস্তাহাৰৰ মুখ্য বিষয়কেইটাৰ চমু আভাষ দিয়ে ৷ জম্মু - কাশ্মীৰত 370 অনুচ্ছেদ আৰু 35(A) উঠাই লোৱাৰ কথা উল্লেখ কৰাৰ লগতে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ আৰু ইউনিফৰ্ম চিভিল কোড অধিনিয়ম জাৰী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিজেপিয়ে ৷

এই প্ৰতিশ্ৰুতিসমূহ 2014 চনৰ লোকসভা নিৰ্বাচনৰ ইস্তাহাৰটো প্ৰকাশ কৰা হৈছিল যদিও এইবাৰৰ ইস্তাহাৰৰ অন্যতম বিষয়বস্তুসমূহ আছিল ৰাষ্ট্ৰীয় সুৰক্ষা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা, কেন্দ্ৰীয় সুৰক্ষাবলৰ আধুনিকীকৰণ, সকলো দুখীয়া পৰিয়ালক এল পি জি গেছ ছিলিণ্ডাৰ প্ৰদান, সকলো পৰিয়ালৰ বাবে পকা ঘৰৰ ব্যৱস্থা, দেশৰ প্ৰত্যেকজন লোকৰ ঘৰত বিজুলী, পানী আৰু শৌচালয় উপলব্ধ কৰোৱা আদি ৷

2022ৰ ভিতৰত কৃষকসকলৰ আমদানী দুগুণলৈ বৃদ্ধি কৰা, 25 লাখ টকা গ্ৰামীন বিকাশৰ বাবে খৰচ, 60 বছৰ সম্পূৰ্ণ কৰা দুখীয়া খেতিয়কক পেন্সনৰ সুবিধা প্ৰদান আদিৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে মোদী চৰকাৰে ৷ দেশত 75 খন নতুন মেডিকেল কলেজৰো কথা উল্লেখ কৰাৰ লগতে 2022ৰ ভিতৰত দেশৰ প্ৰত্যেকজন দুখীয়া লোকৰ ঘৰে ঘৰে প্ৰাথমিক চিকিৎসা সেৱা ব্যৱস্থা আদিও নিৰ্বাচনী ইস্তাহাৰত উল্লেখ আছিল ৷

BJP REITERATES ARTICLE 370 IN ELECTION MENIFESTO

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত চমক সৃষ্টিৰ চেষ্টা

নিউজ ডেস্ক, 9 এপ্ৰিল: লোকসভা নিৰ্বাচন, 2019 ৰ ভাৰতীয় জনতা দলৰ নিৰ্বাচনী ইস্তাহাৰ ইতিমধ্যে প্ৰকাশ পাইছে ৷ এই ইস্তাহাৰক "সংকল্প পত্ৰ" নাম দি প্ৰকাশ কৰিছে দলটোৱে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপি অধ্যক্ষ অমিত শ্বাহ, অৰুণ জেটলী আৰু সুষমা স্বৰাজৰ উপস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে ইস্তাহাৰৰ মূখ্য বিষয়কেইটাৰ চমু আভাষ দিয়ে ৷ জম্মু - কাশ্মীৰত 370 অনুচ্ছেদ আৰু 35 এ উঠাই লোৱাৰ কথা উল্লেখ কৰাৰ লগতে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ আৰু ইউনিফৰ্ম চিভিল কোড অধিনিয়ম জাৰী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিজেপিয়ে ৷ 

এই প্ৰতিশ্ৰুতিসমূহ 2014 চনৰ লোকসভা নিৰ্বাচনৰ ইস্তাহাৰটো প্ৰকাশ কৰা হৈছিল যদিও এইবাৰৰ ইস্তাহাৰৰ অন্যতম বিষয়বস্তুসমূহ আছিল ৰাষ্ট্ৰীয় সুৰক্ষা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা, কেন্দ্ৰীয় সুৰক্ষাবলৰ আধুনিকীকৰণ, সকলো দুখীয়া পৰিয়ালক এল পি জি গেছ ছিলিণ্ডাৰ প্ৰদান, সকলো পৰিয়ালৰ বাবে পকা ঘৰৰ ব্যৱস্থা, দেশৰ প্ৰত্যেকজন লোকৰ ঘৰত বিজুলী, পানী আৰু শৌচালয় উপলব্ধ কৰোৱা আদি ৷ 

2022 ৰ ভিতৰত কৃষকসকলৰ আমদানী দুগুণলৈ বৃদ্ধি কৰা, 25 লাখ টকা গ্ৰামীন বিকাশৰ বাবে খৰচ, 60 বছৰ সম্পূৰ্ণ কৰা দুখীয়া খেতিয়কক পেন্সনৰ সুবিধা প্ৰদান আদিৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে মোদী চৰকাৰে ৷ দেশত 75 খন নতুন মেডিকেল কলেজৰো কথা উল্লেখ কৰাৰ লগতে 2022 ৰ ভিতৰত দেশৰ প্ৰত্যেকজন দুখীয়া লোকৰ ঘৰে ঘৰে প্ৰাথমিক চিকিৎসা সেৱা ব্যৱস্থা আদিও নিৰ্বাচনী ইস্তাহাৰত উল্লেখ আছিল ৷ 
D3oUSBHUwAEMt-V.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.