ETV Bharat / bharat

কেজৰিৱালক লৈ শংকিত বিজেপি,জে.ডি.ইউ আৰু এল.জে.পিৰে মিত্ৰজোঁট গঠন - BJP forms alliance with JD(U), LJP to 'overthrow' Kejriwal

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰে মিত্ৰজোঁট গঠন জে.ডি.ইউ আৰু এল.জে.পিৰ ৷ নিৰ্বাচনত অৰবিন্দ কেজৰিৱাল চৰকাৰক ওফৰাই পেলোৱাৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব মিত্ৰজোঁট ৷

BJP forms alliance with JD(U), LJP to 'overthrow' Kejriwal
কেজৰিৱালক লৈ শংকিত বিজেপি,জে.ডি.ইউ আৰু এল.জে.পিৰে মিত্ৰজোঁট গঠন
author img

By

Published : Jan 22, 2020, 8:10 AM IST

নেশ্যনেল ডেস্ক, 21 জানুৱাৰীঃ আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰে মিত্ৰজোঁট গঠন জে.ডি.ইউ আৰু এল.জে.পিৰ ৷ মঙলবাৰে এই মিত্ৰজোঁটৰ কথা ঘোষণা কৰি নিৰ্বাচনত অৰবিন্দ কেজৰিৱাল চৰকাৰক ওফৰাই পেলাব বুলি মন্তব্য প্ৰদান কৰে ৷ বিজেপিয়ে 70 খন আসনৰ 67 খনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বিপৰীতে মিত্ৰশক্তি জনশক্তি দলে এখন আসন আৰু জনতা দলে দুখন আসনত নিজৰ প্ৰতিদ্বন্দিতা আগবঢ়াব ৷

কেজৰিৱালক লৈ শংকিত বিজেপি,জে.ডি.ইউ আৰু এল.জে.পিৰে মিত্ৰজোঁট গঠন

দিল্লীৰ বিজেপি অধ্যক্ষ মনোজ তিৱাৰীয়ে এক সংযুক্ত সংবাদমেল সম্বোধন কৰি উল্লেখ কৰে যে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় জনতান্ত্ৰিক মিত্ৰজোঁটে দিল্লীত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ লগতে তেওঁ কয় যে এই মিত্ৰজোঁটে দিল্লীত এক উচাহৰ সৃষ্টি কৰিছে যি কাহিনিও হোৱা নাছিল ৷ জে.ডি.ইউ আৰু এল.জে.পিয়ে মুখ্যত বিহাৰক লক্ষ্য কৰি দিল্লীৰ বিজেপি প্ৰক্ষেপিত 67 খন আসনত নিজৰ সহযোগিতা আগবঢ়াব ৷

আনহাতে জে.ডি.ইউৰ ৰাষ্ট্ৰীয় মহাসচিব আৰু বিহাৰৰ মন্ত্ৰী সঞ্জয় ঝাই কয় যে এই মিত্ৰজোঁটে দেশলৈ এক সবল বাৰ্তা প্ৰদান কৰিছে ৷ ইয়াৰোপৰি বিহাৰৰ মুখ্যমন্ত্ৰী তথা জে.ডি.ইউ অধ্যক্ষ নীতিশ কুমাৰ তথা দলৰ অন্য নেতাসকলেও দিল্লীত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব ৷ আনহাতে এল.জে.পি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱান তথা দলৰ অধ্যক্ষ চিৰাগ পাছোৱানেও নিৰ্বাচনী প্ৰচাৰ চলাব ৷ আনহাতে দলৰ ৰাষ্ট্ৰীয় প্ৰবক্তা এ.কে বাজপেয়ীয়ে কেজৰিৱাল চৰকাৰক ওফৰাই পেলাব বুলি হুংকাৰ প্ৰদান কৰে ৷

উল্লেখ্য যে অহা 8 ফেব্ৰুৱাৰীত দিল্লী নিৰ্বাচন হোৱাৰ বিপৰীতে 11 ফেব্ৰুৱাৰীত ইয়াৰ ফলাফল ঘোষণা কৰা হ’ব ৷

আৰু পঢ়কঃকেন্দ্ৰৰ এন.পি.আৰ মানি নলয় কেৰালা চৰকাৰে

Intro:दिल्ली विस चुनाव के लिए जेडीयू और लोजपा का बीजेपी से हुआ गठबंधन

नयी दिल्ली- नई दिल्ली में विधानसभा चुनाव नजदीक है, 8 फरवरी को वोटिंग होगी, 11 फरवरी को नतीजे आएंगे. दिल्ली विधानसभा चुनाव के लिए लोजपा और जेडीयू का बीजेपी से गठबंधन हो गया. बीजेपी, जेडीयू, लोजपा नेताओं ने पूरे मामले पर मीडिया से बातचीत की

Body:दिल्ली बीजेपी अध्यक्ष व सांसद मनोज तिवारी ने कहा कि दिल्ली में 67 सीटों पर बीजेपी लड़ेगी, जेडीयू 2 सीटों पर चुनाव लड़ेगी, लोजपा 1 सीटों पर चुनाव लड़ेगी, गठबंधन होने से एनडीए को दिल्ली में काफी फायदा होगा, हम लोग एकजुट होकर और पूरी मजबूती के साथ चुनाव लड़ेंगे

दिल्ली जदयू प्रभारी और बिहार सरकार में मंत्री संजय झा ने कहा कि पहली बार बिहार से बाहर जेडीयू का बीजेपी से गठबंधन हुआ है, burari और संगम विहार विधानसभा सीट पर जेडीयू अपने प्रत्याशी उतरेगी

Conclusion:संजय झा ने कहा कि burari से शैलेंद्र कुमार जेडीयू के प्रत्याशी हैं, संगम विहार से एससीएल गुप्ता जेडीयू के प्रत्याशी हैं, इस बार एनडीए का दिल्ली में शानदार प्रदर्शन रहने वाला है, जहां जहां जरूरत होगी वहां जेडीयू के राष्ट्रीय अध्यक्ष एवं बिहार के मुख्यमंत्री नीतीश कुमार आकर प्रचार करेंगे,जेडीयू के अन्य नेता भी आकर दिल्ली में प्रचार करेंगे

लोजपा के राष्ट्रीय प्रवक्ता एके वाजपेई ने कहा कि लोजपा 1 सीट पर दिल्ली में चुनाव लड़ रही है, सीमापुरी विधानसभा सीट पर लोजपा प्रत्याशी उतारेगी, लोजपा के राष्ट्रीय अध्यक्ष चिराग पासवान, रामविलास पासवान दिल्ली में प्रचार करेंगे, लोजपा जेडीयू और बीजेपी के एक साथ चुनाव लड़ने से एनडीए को काफी फायदा होने वाला है, दिल्ली में इस बार केजरीवाल सरकार चुनाव हार जाएगी क्योंकि इस सरकार ने जनता से सिर्फ झूठ बोलने का काम किया है
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.