- কংগ্ৰেছৰ জেষ্ঠ নেতা তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ভূৱনেশ্বৰ কলিতাৰ বিজেপি গমনৰ সম্ভাৱনা
- আজি সন্ধিয়াৰ ভাগত বিজেপিত যোগদানৰ সম্ভাৱনা প্ৰাক্তন কংগ্ৰেছীজনৰ
- কংগ্ৰেছৰ দলীয় মতাদৰ্শকলৈ বিৰোধ কৰি পদত্যাগ কৰিছিল দলৰ প্ৰাথমিক সদস্য পদৰ পৰা
- জম্মু কাশ্মীৰৰ পৰা Article-370 আতৰোৱাক লৈ দলীয় শীৰ্ষ নেতৃত্বৰ সৈতে মতানৈক্য ঘটিছিল কলিতাৰ
- ৰাজ্যসভাৰ পৰাও ইতিমধ্যে পদত্যাগ কৰিছে কলিতাই
- শীঘ্ৰেই গেৰুৱা বসন পিন্ধাৰ সম্ভাৱনা ভূৱনেশ্বৰ কলিতাই
বিজেপিত যোগদানৰ সম্ভাৱনা ভূৱনেশ্বৰ কলিতাৰ - কংগ্ৰেছ দল
জেষ্ঠ কংগ্ৰেছ নেতা ভূৱনেশ্বৰ কলিতাৰ বিজেপিত যোগদানৰ সম্ভাৱনা ৷ ইতিমধ্যেই কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছিল কলিতাই ৷
![বিজেপিত যোগদানৰ সম্ভাৱনা ভূৱনেশ্বৰ কলিতাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4088145-thumbnail-3x2-jjj.jpg?imwidth=3840)
শীঘ্ৰেই গেৰুৱা বসন পিন্ধাৰ সম্ভাৱনা ভূৱনেশ্বৰ কলিতাই
- কংগ্ৰেছৰ জেষ্ঠ নেতা তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ভূৱনেশ্বৰ কলিতাৰ বিজেপি গমনৰ সম্ভাৱনা
- আজি সন্ধিয়াৰ ভাগত বিজেপিত যোগদানৰ সম্ভাৱনা প্ৰাক্তন কংগ্ৰেছীজনৰ
- কংগ্ৰেছৰ দলীয় মতাদৰ্শকলৈ বিৰোধ কৰি পদত্যাগ কৰিছিল দলৰ প্ৰাথমিক সদস্য পদৰ পৰা
- জম্মু কাশ্মীৰৰ পৰা Article-370 আতৰোৱাক লৈ দলীয় শীৰ্ষ নেতৃত্বৰ সৈতে মতানৈক্য ঘটিছিল কলিতাৰ
- ৰাজ্যসভাৰ পৰাও ইতিমধ্যে পদত্যাগ কৰিছে কলিতাই
- শীঘ্ৰেই গেৰুৱা বসন পিন্ধাৰ সম্ভাৱনা ভূৱনেশ্বৰ কলিতাই
![ETV BHARAT ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4088145_kalita.jpg)
Intro:Body:
BHUBONESWAR KALITA BRAKING
Conclusion:Last Updated : Aug 9, 2019, 5:26 PM IST