ETV Bharat / bharat

কৰ'ণাত আক্ৰান্ত "ভাবী জী পাপড়" খ্যাত মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল - কৰ'ণাত আক্ৰান্ত "ভাবী জী পাপড়" খ্যাত মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল

"ভাবী জী পাপড়" খ্যাত তথা কৰ'ণা সন্দৰ্ভত ব্যংগাত্মক মন্তব্য কৰি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালাৰ দেহত মহামাৰী কৰ'ণাৰ উপস্থিতি ৷ মন্ত্ৰীগৰাকীৰ স্বাস্থ্য ঠিকে আছে যদিও উপযুক্ত চিকিৎসাৰ বাবে AIIMS ত ভৰ্তি কৰোৱা হৈছে ৷

অৰ্জুন ৰাম মেঘৱাল
কৰ'ণাত আক্ৰান্ত "ভাবী জী পাপড়" খ্যাত মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল
author img

By

Published : Aug 9, 2020, 9:57 AM IST

নিউজ ডেস্ক, 9 আগষ্টঃ "ভাবী জী পাপড়" মন্তব্যৰে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আক্ৰান্ত মহামাৰী কৰ'ণাত ৷ কৰ'ণা সন্দৰ্ভত ছ'চিয়েল মিডিয়াত ব্যংগাত্মক মন্তব্য কৰাৰ পাচতে ভাইৰেল হৈ পৰিছিল অৰ্জুন ৰাম মেঘৱালৰ মন্তব্য ৷

  • कोरोना के शुरूआती लक्षण आने पर मैंने टेस्ट करवाया व पहली जाँच नेगेटिव आने के बाद आज दूसरी जाँच पॉजिटिव आई है।
    मेरी तबीयत ठीक है परन्तु चिकित्सकीय सलाह पर AIIMS में भर्ती हूँ। मेरा निवेदन है कि जो लोग गत कुछ दिनों में मेरे संपर्क में आयें हैं, कृपया अपने स्वास्थ्य का ध्यान रखे ।

    — Arjun Ram Meghwal (@arjunrammeghwal) August 8, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, মোৰ দেহত কৰ'ণাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ লক্ষণসমূহ দেখা দিয়াৰ পাচতে মই কৰ'ণা পৰীক্ষা কৰো ৷ প্ৰথম পৰীক্ষাত ৰিজাল্ট নিগেটিভ আহে যদিও দ্বিতীয়টো পৰীক্ষাত পজিটিভ আহে ৷ লগতে মন্ত্ৰীগৰাকীৰ স্বাস্থ্য ভালে আছে যদিও চিকিৎসাৰ বাবে AIIMS ত ভৰ্তি কৰোৱা হয় বুলিও সদৰি কৰে ৷ আনহাতে, বিগত কিছুদিনৰ পৰা মন্ত্ৰীগৰাকীৰ সংস্পৰ্শত অহা ব্যক্তিসকলক কোৱাৰেণ্টাইন হৈ থাকিবলৈ আহ্বান জনাই অৰ্জুন ৰাম মেঘৱালে ৷

লগতে পঢ়কঃ বিজয়ৱাড়াৰ কৰ'ণা চেণ্টাৰত অগ্নিকাণ্ড, নিহত 7

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.