ETV Bharat / bharat

পশ্চিমবংগত ক'ৰণাত আক্রান্ত নোহোৱা ব্যক্তিৰ মৃতদেহ কোভিড-১৯ টেষ্ট কৰা নহয়

author img

By

Published : Jun 16, 2020, 4:44 PM IST

পশ্চিমবংগ চৰকাৰে স্বাস্থ্য বিভাগক প্ৰশ্ন কৰে যে যি সকল ৰোগীৰ চিকিৎসালয়ত মৃত্যু হয় সেইসকলৰ মৃতদেহ কিয় পৰিয়ালক সময় মতে গতাই দিয়া নহয় ।

পশ্চিম বংগত ক'ৰণাত আক্রান্ত নোহোৱা ব্যক্তিৰ মৃতদেহ কোভিড-১৯ টেষ্ট কৰা নহয়

নিউজ ডেস্ক ১৬ জুনঃ পশ্চিমবংগৰ স্বাস্থ্য বিভাগে সম্প্ৰতি আৰু মৃতদেহৰ কোভিড ১৯ পৰীক্ষা নকৰে যি সকলৰ দেহত ক'ৰণাৰ কোনো লক্ষণ নাথাকে তেনে মৃতদেহ পৰিয়ালৰ হাতত গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে স্বাস্থ্য বিভাগে ।

শেহতীয়াকৈ এগৰাকী যুৱতীয়ে চ'ছিয়েল মিডিয়াৰ জৰিয়তে এটা মৃতদেহৰ কি দৰে কোভিড ১৯ পৰীক্ষাৰ নামত বহু দিন ৰখাই থোৱাৰ ফলত গেলি যাবলৈ ধৰিছিল কলকতাৰ পৌৰনিগমৰ ভানত। ভিডিঅৰ জৰিয়তে ভাইৰেল কৰিছিল। তাৰ পিছতে সমগ্ৰ অঞ্চলতো কেইবাটাও একেধৰণৰ ঘটনা পোহৰলৈ আহে তাকে লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে কলকাতাত ।

ইপিনে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ IMA সভাপতিয়ে সান্তনু সেনে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এতিয়াৰ পৰা অপ্ৰয়োজনীয় ভাৱে ৰোগীৰ পৰিয়ালক হাৰাশাস্তি কৰিব নোৱাৰিব স্বাস্থ্য বিভাগে ।কেইদিন মানৰ আগলৈকে যেতিয়া চিকিৎসালয়ত ৰোগীৰ মৃত্যু হৈছিল কোভিড ১৯ ফলাফল অহাৰ পিছতো মৃতদেহ ৰাখি থৈ দিয়া হৈছিল চিলিৎসালয়ৰ মৰ্গত ফলত পৰিয়ালৰ লোকে অযথা সমস্যাৰ সন্মুখীন হ'ব লগাত পৰে বুলি সেনে উল্লেখ কৰে । লগতে এইবোৰ ঘটনাৰ ওপৰত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সেনে জানিবলৈ দিয়ে ।

লগতে চাওকঃ কৰ'ণা ভাইৰাছৰ এটা অনুৰ দ্বাৰাই তৈয়াৰ হ'ব পাৰে কৰ'ণা ভেকছিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.