ETV Bharat / bharat

নৱেম্বৰৰ নিৰ্বাচনৰ পিচত কি হ'ব আমেৰিকা-চীনৰ সম্পৰ্ক !

author img

By

Published : Sep 3, 2020, 9:33 AM IST

ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে দলৰ পৰা মনোনীত হোৱাৰ পিচত এক চৰকাৰী বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰে যে, উদ্যোগসমূহ আৰু ইয়াৰ চাকৰিসমূহ আমাৰ দেশতে থাকে, যি মই যোৱা কিছু বছৰৰ পৰা ইতিমধ্যে কৰি আছো ৷ জ' বিডেনৰ উদ্দেশ্য হ'ল 'মেইড ইন চাইনা' কিন্তু মোৰ উদ্দেশ্য হ'ল "মেইড ইন ইউ এছ এ" ৷ ট্ৰাম্পে তেওঁৰ প্ৰতিদ্বন্দী বিডেনক আক্ৰমণ কৰি এইদৰে কয় ৷

Battleground USA 2020
নৱেম্বৰৰ নিৰ্বাচনৰ পিচত কি হ'ব আমেৰিকা-চীনৰ সম্পৰ্ক !

নিউজ ডেস্ক, 2 ছেপ্তেম্বৰ : যদিহে জ' বাইডেন নিৰ্বাচনত জয়লাভ কৰে তেতিয়াহলে চীনে আমাৰ দেশখন দখল কৰিব ৷ আনহাতে, মই চীনক গোটেই পৃথিবীজুৰি হোৱাৰ মহামাৰীৰ বাবে দায় কৰিম ৷ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে তেওঁ দলৰ পৰা মনোনিত হোৱাৰ পিচত এক চৰকাৰী বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰে ৷ " মই নিশ্চিত কৰিম যে, উদ্যোগ সমূহ আৰু ইয়াৰ চাকৰি সমূহ আমাৰ দেশতে থাকে, যি মই যোৱা কিছু বছৰৰ পৰা ইতিমধ্যে কৰি আছো ৷ জ' বাইডেনৰ উদ্দেশ্য হ'ল 'মেইড ইন চাইনা' কিন্তু মোৰ উদ্দেশ্য হ'ল "মেইড ইন ইউ এছ এ" ট্ৰাম্পে তেওঁৰ প্ৰতিদ্বন্দী বাইডেনক আক্ৰমণ কৰি এই দৰে কয় ৷

এজন ডেকা ছেনেটৰ হিচাপে বাইডেনে 1979 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি দলৰ সদস্য হিচাপে চীন ভ্ৰমণ কৰিছিল ৷ ইয়াৰ পিচতে বাৰাক ওবামাৰ লগত উপ-ৰাষ্ট্ৰপতি হিচাপে থাকোতেও ক্ৰমাৎ উন্নয়নশীল হোৱা চীনক ইতিবাচক হিচাপে ব্যাখা কৰিছে ৷ বাইডেনে ডেমোক্ৰেটিক দলৰ পৰা উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনিত হোৱাৰ পিচত তেওঁৰ ভাষণত যদিও চীন আৰু ৰাছিয়া সম্পৰ্কীয় কোনো বিদেশ নীতিক লৈ কোনো ব্যক্তব্য দিয়া নাই তথাপিও তেওঁৰ এক আগৰ বক্তৃতাত চীনৰ জি জিনপিঙক ' Thug' হিচাপে অভিভিত কৰিছিল ৷

লগতে পঢ়ক : বিটিচিত অৰুণোদয় আঁচনিৰে ভোটাৰক প্ৰলোভন বিজেপিৰ প্ৰাৰ্থীৰ: তৃষ্ণা মেধি

ট্ৰাম্প আৰু বাইডেনৰ হোৱাইট হাউছ দখলৰ যুদ্ধত আমেৰিকাৰ ভোটাৰৰ বাবে চীন মূল বিষয় হয় নে ? নৱেম্বৰ মাহত হ'বলগীয়া নিৰ্বাচন আৰু তাৰ ফলাফলে চীন-আমেৰিকা সম্পৰ্কত কিদৰে প্ৰভাৱ পেলাব ? চীন আৰু আমেৰিকাৰ সম্পৰ্কই ভাৰতবৰ্ষক কেনেদৰে প্ৰভাৱিত কৰিব ? চাওঁক এই সম্পৰ্কত জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰ এক সাক্ষাৎকাৰ #BattlegroundUSA2020#

" আমেৰিকাৰ নিৰ্বাচনত চীনৰ প্ৰসংগ অস্বাভাবিক নহয় ৷ এইবাৰ আমেৰিকাৰ নিৰ্বাচনত চীনৰ প্ৰসংগ উত্থাপন হোৱাটো অতি স্বাভাবিক ৷ মই ভাবো ৰাষ্ট্ৰপতি ট্ৰাম্পে যিহেতু ক'ভিড প্ৰতিৰোধ সম্পৰ্কত যথেষ্ট কৰিব পৰা নাই সেয়ে চীনৰ প্ৰসংগ উত্থাপন কৰিছে ৷ গতিকে, ক'ভিড সংক্ৰমণৰ বাবে নিজৰ ব্যৰ্থতাক ঢাকিবলৈ তেওঁ চীনক তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ মূল মন্ত্ৰ হিচাপে ব্যবহাৰ কৰিছে," বিশেষজ্ঞ আৰু ৱাছিঙটন ডি চিৰ ব্ৰুকিং ইষ্টিটিউটৰ জ্যেষ্ঠ সভ্য টনভি মদনে কয় ৷

" মই ভাবো ৰিপাব্লিকান দলৰ ট্ৰাম্প যদি আকৌ ক্ষমতালৈ আহে তেন্তে চীনক লৈ তেওঁলোকৰ সুৰ আকৌ নম্ৰ হ'ব ৷ ৰিপাব্লিকান সকলে মানৱ অধিকাৰৰ বিষয়েহে বেছিকৈ কব ৷ এয়া সকলোৱে জানে যে, মূল বিষয়টো হ'ল আমেৰিকান চুপ্ৰিমেছি আৰু কোনো আমেৰিকান নেতাই চীনে আমেৰিকান চুপ্ৰিমেছিক প্ৰত্যাহ্বান জনোৱাটো সহ্য নকৰে ," ভাৰতৰ প্ৰাক্তন দক্ষিণ কোৰিয়া আৰু কানাডাৰ ৰাষ্ট্ৰদূত বিষ্ণু প্ৰকাশে কয় ৷

লগতে পঢ়ক : বন্ধ হোৱাৰ দিশে ৰাজ্যৰ দুটাকৈ কাগজ কল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.