ETV Bharat / bharat

প্লাষ্টিকৰ বিৰুদ্ধে অকলেই যুঁজত নামিছে কৰ্ণাটকৰ বাসৱাৰাজে

তেওঁ ছাত্ৰ-ছাত্ৰী সকলৰ পৰা প্লাষ্টিকৰ বটল আৰু বেগ সমূহ সংগ্ৰহ কৰে আৰু তাৰ বিনিময়ত তেওঁলোকক দুটকাকৈ দিয়ে ৷ অঞ্চাৎগেৰি গাঁও পঞ্চায়তেই বোধ হয় কৰ্ণাটকৰ একমাত্ৰ গাঁও, যিয়ে একক ব্যৱহৃত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰিছে ৷

author img

By

Published : Dec 29, 2019, 10:34 PM IST

প্লাষ্টিকৰ বিৰুদ্ধে অকলেই যুঁজত নামিছে কৰ্ণাটকৰ বাসৱাৰাজে
প্লাষ্টিকৰ বিৰুদ্ধে অকলেই যুঁজত নামিছে কৰ্ণাটকৰ বাসৱাৰাজে

নিউজ ডেস্ক, 29 ডিচেম্বৰ: প্ৰতিদিনেই যেতিয়া কৰ্ণাটকৰ ধাড়ৱাৰ জিলাৰ অঞ্চাৎগেৰি গাঁৱত অৱস্থিত এখন বিদ্যালয়ৰ গেট খোলে, উক্ত সময়ত এগৰাকী ব্যক্তিক বেগ এটা লৈ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতীক্ষা কৰি থকা দেখা যায় ৷ তেওঁ ছাত্ৰ-ছাত্ৰী সকলৰ পৰা প্লাষ্টিকৰ বটল আৰু বেগ সমূহ সংগ্ৰহ কৰে আৰু তাৰ বিনিময়ত তেওঁলোকক দুটকাকৈ দিয়ে ৷ অঞ্চাৎগেৰি গাঁও পঞ্চায়তেই বোধ হয় কৰ্ণাটকৰ একমাত্ৰ গাঁও, যিয়ে একক ব্যৱহৃত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰিছে ৷

প্লাষ্টিকৰ বিৰুদ্ধে যুঁজ কৰ্ণাটকৰ বাসৱাৰাজৰ

নিজৰ গাঁওখনক প্লাষ্টিক মুক্ত কৰিবলৈ সপোন দেখা অঞ্চাৎগেৰি গাঁও পঞ্চায়তৰ সভাপতি বাসৱাৰাজ বিডনালে বৰ্তমানলৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ পৰা 16000 প্লাষ্টিকৰ বটল একত্ৰিত কৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ আহমেদাবাদৰ শবৰমতী আশ্ৰমত মহাত্মা গান্ধীৰ 150তম জন্ম জয়ন্তী উপলক্ষে আয়োজিত এক সমাৰোহত বাসৱাৰাজ বিডনালক সন্মানিত কৰিছে ৷ প্লাষ্টিকৰ ব্যৱহাৰৰ বিৰুদ্ধে দিয়া যুঁজত অৱশেষত গাঁওবাসীয়ে বাসৱাৰাজক সমৰ্থন কৰি ওলাই আহিছে ৷

Intro:Body:

PLASTIC STORY

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.