ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ত অযোধ্যা বিবাদ গোচৰ শুনানিৰ ষষ্ঠ দিন

author img

By

Published : Aug 14, 2019, 2:39 PM IST

Updated : Aug 14, 2019, 6:56 PM IST

অধিবক্তা চি.এচ.বৈদ্যনাথনে আক্বৰ আৰু জাহাংগীৰ ৰজাৰ সময়ত ভাৰতলৈ অহা ভ্ৰমণকাৰী উইলিয়াম ফিন্চ,উইলিয়াম হকিন্সৰ লিখনীত থকা অযোধ্যাৰ উল্লেখ থকাৰ কথা অৱতাৰণা কৰি কয় যে উইলিয়াম ফচটাৰ্চৰ কিতাপ 'Early Travels in India'ত থকা 7 গৰাকী ইংৰাজ ভ্ৰমণকাৰীৰ বৰ্ণনাত অযোধ্যা আৰু ৰাম মন্দিৰৰ কথা উল্লেখ আছে ৷

আজি বাবৰী মজিদ শুনানীৰ ষষ্ঠ দিন

নিউজ ডেস্ক, 14 আগষ্টঃ বুধবাৰে পুৱা 10:50 মিনিটৰ পৰা আৰম্ভ হয় অযোধ্যা বিবাদ গোচৰৰ শুনানি ৷ বুধবাৰে ৰাম লাল্লা বিৰাজমৰ পক্ষত তথ্য আগবঢ়োৱাৰ কথা আছিল অধিবক্তা চি.এচ.বৈদ্যনাথনে ৷ তেওঁ আজিৰ শুনানিত ঐতিহাসিক আৰু পুৰাতাত্বিক তথ্য প্ৰমাণ আগবঢ়োৱাৰ কথা আছিল ৷ অধিবক্তা চি.এচ.বৈদ্যনাথনে আক্বৰ আৰু জাহাংগীৰ ৰজাৰ সময়ত ভাৰতলৈ অহা ভ্ৰমণকাৰী উইলিয়াম ফিন্চ, উইলিয়াম হকিন্সৰ লিখনীত থকা অযোধ্যাৰ কথা উল্লেখ কৰি কয় যে উইলিয়াম ফচটাৰ্চৰ কিতাপ 'Early Travels in India'ত থকা 7 গৰাকী ইংৰাজ ভ্ৰমণকাৰীৰ বৰ্ণনাত অযোধ্যা আৰু ৰাম মন্দিৰৰ কথা উল্লেখ আছে ৷

ফ্ৰেঞ্চ ভ্ৰমণকাৰী উইলিয়াম পিঞ্চয়ে অযোধ্যা ভ্ৰমণলৈ 1608-1611 চনত গৈছিল যি সময়ত কোনো মজিদৰ কথা উল্লেখ নাছিল ৷ উইলিয়াম পিঞ্চে উল্লেখ কৰে যে মন্দিৰটো দুবাৰ ধ্বংস কৰা হৈছিল প্ৰথম বাবৰৰ সময়ত আৰু দ্বিতীয় বাৰ জাহাংগীৰ ৰজাৰ সময়ত ৷ অধিবক্তা চি.এচ.বৈদ্যনাথনে লগতে কয় যে 1786 চনত এই আন্তঃগাথঁনি কোনে ধ্বংস কৰিলে সেই তথ্য কাৰো হাতত প্ৰস্তুত নাই ৷

Ayodhya Dispute LIVE: Hearing commences for the 6th day

আজি বাবৰী মজিদ শুনানীৰ ষষ্ঠ দিন

নিউজ ডেস্ক, 14 আগষ্টঃ বুধবাৰে পুৱা 10:50 মিনিটৰ পৰা আৰম্ভ হয় বাবৰী মজিদ শুনানী ৷ আজি ৰাম লাল্লা বিৰাজমৰ পক্ষত তথ্য আগবঢ়োৱাৰ কথা আছিল অধিবক্তা চি.এচ.বৈদ্যনাথনে ৷ তেঁও আজিৰ শুনানীত ঐতিহাসিক আৰু পুৰাতত্বিক তথ্য প্ৰমান আগবঢ়োৱা কথা আছিল ৷
অধিবক্তা চি.এচ.বৈদ্যনাথনে আক্বৰ আৰু জাহাংগীৰ ৰজাৰ সময়ত ভাৰতলৈ অহা ভ্ৰমণকাৰী উইলিয়াম ফিন্চ, উইলিয়াম হকিন্চৰ লিখনীত থকা অযোধ্যাৰ উল্লেখৰ উধৃতি দি কয় যে উইলিয়াম ফচটাৰ্চৰ কিতাপ 'Early Travels in India'ত থকা 7 গৰাকী ইংৰাজ ভ্ৰমণকাৰীৰ বৰ্ণনাত অযোধ্যা আৰু ৰাম মন্দীৰৰ কথা উল্লেখ থকা বুলি কয় ৷
ফ্ৰেঞ্চ ভ্ৰমণকাৰী উইলিয়াম পিঞ্চয়ে অযোধ্যা ভ্ৰমণলৈ 1608-1611 চনত গৈছিল যি সময়ত কোনো মজিদৰ উল্লেখ নাছিল ৷ উইলিয়াম পিঞ্চে উল্লেখ কৰে যে মন্দীৰটো দুবাৰ ধ্বংস কৰা হৈছিল প্ৰথম বাবৰৰ সময়ত আৰু দ্বিতীয় বাৰ জাহাংগীৰ ৰজাৰ সময়ত ৷ অধিবক্তা চি.এচ.বৈদ্যনাথনে লগতে কয় যে 1786 চনত এই আন্তঃগাথঁনি কোনে ধ্বংস কৰিলে সেই তথ্য কাৰো হাতত প্ৰস্তুত নাই ৷
768-512-4130885-822-4130885-1565760855125.jpg
Last Updated : Aug 14, 2019, 6:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.