ETV Bharat / bharat

অযোধ্যা গোচৰ: বিবাদমান স্থানত দেৱ-দেৱীৰ প্ৰতিচ্ছবি উদ্ধাৰ - অযোধ্যা গোচৰৰ সপ্তম দিন

সপ্তম দিনত ভৰি দিলে ৰাম জন্মভূমি-বাবৰি মছজিদ গোচৰৰ শুনানিয়ে ৷ বিবাদমান স্থানত দেৱ-দেৱীৰ প্ৰতিচ্ছবি উদ্ধাৰৰ কথা ঘোষণা কৰিলে জ্যেষ্ঠ অধিবক্তা চি. এছ. বিদ্যানাথনে ৷

অযোধ্যা গোচৰ : বিবাদমান স্থানত দেৱ - দেৱীৰ প্ৰতিচ্ছবি উদ্ধাৰ
author img

By

Published : Aug 16, 2019, 6:46 PM IST

নেশ্বনেল ডেস্ক,16 আগষ্ট : ৰাম জন্মভূমি-বাবৰি মছজিদ গোচৰৰ অন্য এক পক্ষ ৰাম লালা বিৰাজমানৰ অধিবক্তাই শুকুৰবাৰে উচ্চতম ন্যায়ালয়ক অযোধ্যাৰ বিবাদমান স্থানত বিভিন্ন দেৱ-দেৱীৰ প্ৰতিচ্ছবি উদ্ধাৰৰ কথা ঘোষণা কৰে ৷ শুনানিৰ সপ্তম দিনা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত পাঁচজনীয়া ন্যায়াধীশৰ সন্মুখত এই কথা প্ৰকাশ কৰে ৰাম লালা বিৰাজমান পক্ষৰ জ্যেষ্ঠ অধিবক্তা চি.এছ.বিদ্যানাথনে ৷ তেওঁ মন্তব্য কৰা অনুসৰি,অযোধ্যাৰ বিবাদমান স্থানৰ স্তম্ভ সমূহত বিভিন্ন দেৱ-দেৱীৰ প্ৰতিচ্ছবি লাভ কৰা হৈছিল ৷ 1950 চনৰ 16 এপ্ৰিলত এই গোচৰৰ বাবে আদালতে নিযুক্তি দিয়া আয়ুক্তৰ প্ৰতিবেদনত সেই স্থানৰ স্তম্ভবোৰত শিৱৰ প্ৰতিচ্ছবি লাভ কৰিছিল বুলি মন্তব্য কৰে অধিবক্তা গৰাকীয়ে ৷
লগতে তেওঁ উচ্চতম ন্যায়ালয়ক জানিবলৈ দিয়ে যে,এনেধৰণৰ দেৱ-দেৱীৰ প্ৰতিচ্ছবি মন্দিৰৰ পৰিৱৰ্তে কোনো মছজিদতে দেখা নাযায় ৷ 1950 চনতে নিযু্ক্ত আয়ুক্ত গৰাকীৰ প্ৰতিবেদনৰ লগতে অযোধ্যাত উদ্ধাৰ হোৱা এখন মানচিত্ৰও উচ্চতম ন্যায়ালয়ক গতাই দিয়ে তেওঁ ৷ ইয়াৰ দ্বাৰা এই বিবাদমান স্থানত হিন্দুৰ ধৰ্মীয় পৱিত্ৰতাৰ কথাই সূচাইছে বুলি জানিবলৈ দিয়ে অধিবক্তা গৰাকীয়ে ৷

AYODHYA CASE : PHOTO OF DEITIES FOUND AT DISPUTED SITE

অযোধ্যা গোচৰ : বিবাদমান স্থানত দেৱ - দেৱীৰ প্ৰতিচ্ছবি উদ্ধাৰ

নেশ্বনেল ডেস্ক, 16 আগষ্ট : ৰাম জন্মভূমি - বাবৰি মছজিদ গোচৰৰ অন্য এক পক্ষ ৰাম লালা বিৰাজমানৰ অধিবক্তাই শুকুৰবাৰে উচ্চতম ন্যায়ালয়ক অযোধ্যাৰ বিবাদমান স্থানত বিভিন্ন দেৱ - দেৱীৰ প্ৰতিচ্ছবি উদ্ধাৰৰ কথা ঘোষণা কৰে ৷ শুনানিৰ সপ্তম দিনা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত পাঁচজনীয়া ন্যায়াধীশৰ সন্মুখত এই কথা প্ৰকাশ কৰে ৰাম লালা বিৰাজমান পক্ষৰ জ্যেষ্ঠ অধিবক্তা চি. এছ. বিদ্যানাথনে ৷ তেওঁ মন্তব্য কৰা অনুসৰি, অযোধ্যাৰ বিবাদমান স্থানৰ স্তম্ভ সমূহত বিভিন্ন দেৱ - দেৱীৰ প্ৰতিচ্ছবি লাভ কৰা হৈছিল ৷ 1950 চনৰ 16 এপ্ৰিলত এই গোচৰৰ বাবে আদালতে নিযুক্তি দিয়া আয়ুক্তৰ প্ৰতিবেদনত সেই স্থানৰ স্তম্ভবোৰত শিৱৰ প্ৰতিচ্ছবি লাভ কৰিছিল বুলি মন্তব্য কৰে অধিবক্তা গৰাকীয়ে ৷

লগতে তেওঁ উচ্চতম ন্যায়ালয়ক জানিবলৈ দিয়ে যে, এনেধৰণৰ দেৱ - দেৱীৰ প্ৰতিচ্ছবি মন্দিৰৰ পৰিৱৰ্তে কোনো মছজিদতে দেখা নাযায় ৷ 1950 চনতে নিযু্ক্ত আয়ুক্ত গৰাকীৰ প্ৰতিবেদনৰ লগতে অযোধ্যাত উদ্ধাৰ হোৱা এখন মানচিত্ৰও উচ্চতম ন্যায়ালয়ক গতাই দিয়ে তেওঁ ৷ ইয়াৰ দ্বাৰা এই বিবাদমান স্থানত হিন্দুৰ ধৰ্মীয় পবিত্ৰতাৰ কথাই সূচাইছে বুলি জানিবলৈ দিয়ে অধিবক্তা গৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.