ETV Bharat / bharat

নিউজিলেণ্ডৰ গুলীচালনাত নিহত 5 গৰাকীকৈ ভাৰতীয়

এই সংকটজনক পৰিস্থিতিত নিউজিলেণ্ডস্থিত ভাৰতীয়সকলৰ লগতে তেওঁলোকৰ আত্মীয়সকলৰ সহায়ৰ বাবে ভাৰত চৰকাৰে মুকলি কৰিছে দুটাকৈ হেল্পলাইন ৷ 021803899 আৰু 021850033 এই দুটাকৈ নম্বৰত ফোন কৰি নিউজিলেণ্ডৰ থকা ভাৰতীয়ৰ যিকোনো তথ্য লাভ কৰিব পাৰিব  পৰিয়ালৰ লোকে ৷

author img

By

Published : Mar 17, 2019, 9:38 AM IST

etv bharat

নিউজ ডেস্ক,17 মাৰ্চ : শনিবাৰে নিউজিলেণ্ডত সংঘটিতগুলীচালনাতপাঁচগৰাকীকৈ ভাৰতীয় লোকৰ মৃত্যু হোৱা বুলি তথ্য লাভ কৰা গৈছে ৷ নিউজিলেণ্ডস্থিত ভাৰতীয় উচ্চায়ুক্ত সঞ্জীৱ কোহলীয়ে প্ৰকাশ কৰিছে এই তথ্য ৷দুগৰাকীকৈ ভাৰতীয় নাগৰিক আৰু আন দুগৰাকী প্ৰবাসী ভাৰতীয়ও আক্ৰমণত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা বুলি প্ৰকাশ কৰিছে ভাৰতীয় উচ্চায়ুক্তগৰাকীয়ে ৷ নিহত ভাৰতীয় লোককেইজন হৈছে ক্ৰমে মেহবুব খোসাৰ,ৰমিজ ভোৰা,আৰিফ ভোৰা,অন্সি আলিবাভা আৰু ওজিৰ কাদিৰ ৷

এই সংকটজনক পৰিস্থিতিত নিউজিলেণ্ডস্থিত ভাৰতীয়সকলৰ লগতে তেওঁলোকৰ আত্মীয়সকলৰসহায়ৰ বাবে ভাৰত চৰকাৰে মুকলি কৰিছে দুটাকৈ হেল্পলাইন ৷ 021803899 আৰু 021850033 এই দুটাকৈ নম্বৰত ফোন কৰি নিউজিলেণ্ডৰ থকা ভাৰতীয়ৰ যিকোনো তথ্য লাভ কৰিব পাৰিব পৰিয়ালৰ লোকে ৷

শুকুৰবাৰৰ নামাজৰ পূৰ্বেই কূটাঘাতকাৰীয়ে নিউজিলেণ্ডৰ খ্ৰীষ্টচাৰ্চৰ দুটাকৈ মছজিদত সংঘটিত কৰিছিল মুকলি গুলীচালনা৷ যাৰ ফলত 50 জন লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে বৰ্তমানেও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে 48 জনকৈ লোক৷ এই কূটাঘাত কাণ্ডৰ লগত জড়িত চাৰিজন লোকক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে৷

5 Indians confirmed dead in Christchurch terror attack

খ্ৰীষ্টচাৰ্চত নিহত 5 গৰাকীকৈ ভাৰতীয়

নিউজ ডেস্ক,17 মাৰ্চ : নিউজিলেণ্ডৰ গুলীবৰ্ষণত নিহত 5 গৰাকীকৈ ভাৰতীয়৷ নিউজিলেণ্ডস্থিত ভাৰতীয় উচ্চায়ুক্ত সঞ্জীৱ কোহলীয়ে প্ৰকাশ কৰিছে এই তথ্য৷ 

দুগৰাকীকৈ ভাৰতীয় নাগৰিক আৰু আন দুগৰাকী প্ৰবাসী ভাৰতীয়ও আক্ৰমণত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা বুলি প্ৰকাশ কৰিছে ভাৰতীয় উচ্চায়ুক্তই৷ নিহত ভাৰতীয় লোককেইজন হৈছে ক্ৰমে মেহবুব খোসাৰ,ৰমিজ ভোৰা,আৰিফ ভোৰা,অন্সি আলিবাভা আৰু ওজিৰ কাদিৰ৷ 

এই সংকটজনক পৰিস্থিতিত নিউজিলেণ্ডস্থিত ভাৰতীয়ৰ সহায়ৰ বাবে ভাৰত চৰকাৰে মুকলি কৰিছে দুটাকৈ হেল্পলাইন৷ 021803899 আৰু 021850033 এই দুটাকৈ নম্বৰত ফোন কৰি নিউজিলেণ্ডৰ থকা ভাৰতীয়ৰ যিকোনো তথ্য লাভ কৰিব পৰিয়ালৰ লোকে৷ 

শুকুৰবাৰৰ নামাজৰ পূৰ্বেই কূটাঘাতকাৰীয়ে নিউজিলেণ্ডৰ খ্ৰীষ্টচাৰ্চৰ দুটাকৈ মছজিদত সংঘটিত কৰিছিল মুকলি গুলীচালনা৷ যাৰ ফলত 50 জন লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে বৰ্তমানেও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে 48 জনকৈ লোক৷ এই কূটাঘাত কাণ্ডৰ লগত জড়িত চাৰিজন লোকক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে৷ 
attack_OWVUytZ_JMy1vC4.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.