ETV Bharat / bharat

গুৱাহাটীত বায়ুসেনাৰ অনুশীলন

author img

By

Published : May 3, 2019, 5:49 AM IST

পাইলটসকলে যাতে সকলো দুৰ্ঘটনাক নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বায়ু সেনাই  পূব ভাৰত ছেক্টৰৰ লগতে বৰঝাৰ বিমান বন্দৰতো বিমানৰ উৰণ-অৱতৰণৰ অনুশীলন কৰে৷

দুৰ্ঘটনা নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান অনুশীলন

তেজপুৰ, 3 মেঃ বৃহস্পতিবাৰে ভাৰতীয় বায়ু সেনাই গুৱাহাটী, তেজপুৰ,কলকাতা আৰু অন্দালত যুঁজাৰু বিমানৰ অনুশীলন কৰে৷ পাইলটসকলে যাতে সকলো দুৰ্ঘটনাক নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বায়ু সেনাই পূব ভাৰত ছেক্টৰৰ লগতে বৰঝাৰ বিমান বন্দৰতো বিমানৰ উৰণ-অৱতৰণৰ অনুশীলন কৰে৷

দুৰ্ঘটনা নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান অনুশীলন

আৰু পঢ়ক উত্তৰ-পূবতো পৰিব পাৰে 'ফনী'ৰ প্ৰভাৱ

উল্লেখ্য যে চলিত মাহৰ 1 আৰু 2 তাৰিখে কলকাতা, বৰঝাৰ বিমান বন্দৰ আৰু অন্দালত বায়ুসেনাই হাঁক জেটেৰে ছুখ’ই, ছু-৩০এমকে আই যুঁজাৰু বিমানৰ অনুশীলন চলায় ৷

Intro:

Tezpur,2 May : Eastern Air command of IAF Carried out fighter aircraft operation from civil air fields of Guwahati , Tezpur, Kolkata and Andal .

Body:The aim was to use the civil airport under it's AOR in case of any eventuality , validate the fighter operations procedure , familiarise the crew and pilots about the Air Field and coordinate with civil agencies for these operations.

In view of this, SU-30s operated from Kolkata and Guwahati and Hawk jets from Andal from 01 May to 02 May 19 , in which both day and night operations were carried out.

Conclusion:Air Mshl Sandeep Singh , SASO , EAC expressed satisfaction and conveyed that exercise achieved all it's aim and such training gives us the flexibility to shift operating base if the need arises He further emphasised the significance of operating from Kolkata as it is vital for maritime operational significance .

Pranab kumar Das,ETV Bharat Assam.
Tezpur.
2/5/19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.