ETV Bharat / bharat

ডিমাপুৰত আটক এন এছ চি এন কেডাৰ

author img

By

Published : May 28, 2019, 4:33 PM IST

আটকাধীন কেডাৰকেইজন ক্ৰমে এচএচ লেচি হেহুট' , মি0 ছিন্গনি (লিংকমেন) , আৰু মিৰ্চেছ খেলিহ' বুলি জানিব পৰা গৈছে ৷ ইপিনে আটকাধীন লোক কেইজনৰ পৰা আৰক্ষীয়ে 5 টা পিষ্টল , 12 টা ব'ৰ গান , 600 জাই গুলী , 34 জোৰা কম্বেট ইউনিফৰ্ম জব্দ কৰে ৷

ডিমাপুৰত আটক NSCN-IMৰ কেদাৰ আৰু লিংকমেন

নিউজ ডেস্ক , 28 মে': অসম ৰাইফলচৰ জোৱানে ডিমাপুৰ জিলাৰ ডয়াপুৰ গাঁৱৰ পৰা NSCN-IM ৰ তিনি কেডাৰ আৰু লিংকমেনক আটক কৰে ৷ 24 মে' তাৰিখে অসম ৰাইফলচ আৰু আৰক্ষীয়ে চলোৱা এক অভিযানত উগ্ৰপন্থীকেইটা গ্ৰেপ্তাৰ হয় ৷

আটকাধীন কেডাৰকেইজন ক্ৰমে এচএচ লেচি হেহুট' , মি0 ছিন্গনি (লিংকমেন) , আৰু মিৰ্চেছ খেলিহ' বুলি জানিব পৰা গৈছে ৷ ইপিনে আটকাধীন লোক কেইজনৰ পৰা আৰক্ষীয়ে 5 টা পিষ্টল , 12 টা ব'ৰ গান , 600 জাই গুলী , 34 জোৰা কম্বেট ইউনিফৰ্ম জব্দ কৰে ৷ পৰৱৰ্তী সময়ত জব্দকৃত সামগ্ৰীসমূহ অধিক তদন্তৰ বাবে পশ্চিম আৰক্ষী থানা , ডিমাপুৰলৈ প্ৰেৰণ কৰা হয় ৷

News Silchar 
শিলচৰৰ sonai এলেকাত অচিনাকী মৃতদেহ উদ্ধাৰ ।ঘটনাক লৈ উত্তেজনা ।আৰক্ষী উপস্থিত হৈ পৰিবেশ শান্ত কৰে ।এতিয়াও মৃতদেহৰ পৰিচয় উদ্ধাৰ কৰিব পাৰা নাই আৰক্ষী ।
Footage ftp 
Slug Silchar Ded Body 1/2/3/4/5
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.