ETV Bharat / bharat

ফেনীৰ তাণ্ডৱঃ ওড়িশাত 64 জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা

ৰাজ্যখনত বৰ্তমানো ঘূৰ্ণী বতাহৰ আতংক মাৰ যোৱা নাই যদিও পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ যাৱতীয় প্ৰচেষ্টা অব্যাহত আছে বুলি চৰকাৰী সূত্ৰই জনাইছে ৷

author img

By

Published : May 13, 2019, 9:38 AM IST

ফেণী আতংকঃ 64 জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা

নিউজ ডেস্ক, 13 মেঃওড়িশাত ফেনীৰ বাবে বৰ্তমানলৈকে মৃত্যুৰ সংখ্যা 64 জনলৈ বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে ৷ ওড়িশা চৰকাৰে শনিবাৰে প্ৰকাশ কৰা এক তথ্য অনুসৰি খোৰধাত 9 জন , কটাক 6, যাজপুৰ 4, ময়োৰভাঞ্জ 4 আৰু কেন্দ্ৰপাৰাত 3 জন লোকৰ মৃত্যু ঘটিছে ৷

আনহাতে চৰকাৰী তথ্য অনুসৰি বিধ্বংসী ঘূৰ্ণী-বতাহৰ ফলত বৰ্তমানলৈ 34 লাখ জীৱ-জন্তু মৃত্যুমুখত পৰাৰ লগতে ৰাজ্যখনত 1 কোটি 65 লাখ লোক ক্ষতিগ্ৰস্ত হয় ৷ ইয়াৰোপৰি ঘূৰ্ণী বতাহৰ ফলত বহু সংখ্যক উভালি ৰাজপথত পৰাৰ ফলত খোৰধা আৰু ভূৱনেশ্বৰ চহৰত হোৱা যানজঁটে বহু সমস্যাৰ সৃষ্টি কৰে৷

উল্লেখ্য যে ৰাজ্যখনত বৰ্তমানো ঘূৰ্ণী বতাহৰ আতংক মাৰ যোৱা নাই যদিও পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ যাৱতীয় প্ৰচেষ্টা অব্যাহত আছে বুলি চৰকাৰী সূত্ৰই জনাইছে ৷

Intro:Body:

saS

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.