ETV Bharat / bharat

জিতেন্দ্ৰ মহাজনৰ হৈ দিল্লীত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - দিল্লী বিধানসভা নিৰ্বাচনী প্ৰচাৰ 2020

মঙলবাৰে ৰোহতাশ নগৰৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিদ্বন্দী জিতেন্দ্ৰ মহাজনৰ হৈ পদযাত্ৰাত অংশ লয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ উক্ত পদযাত্ৰাত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লোকসকলক বিজেপিৰ পক্ষত ভোট দিয়াৰ বাবে আবেদন জনায় ৷ তেখেতে লগতে কয় যে, এইবাৰ দিল্লীৰ জনতাই আপৰ বিপৰীতে বিজেপিক ভোট দি জয়যুক্ত কৰিব ৷

Assam CM Election campaign in delhi for assembly election
দিল্লীত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
author img

By

Published : Feb 4, 2020, 5:25 PM IST

নেশ্বনেল ডেক্স,4 ফেব্ৰুৱাৰীঃ অহা 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব দিল্লী বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই সকলো দল সংগঠনেই নিজৰ নিজৰ প্ৰচাৰ তুংগত কৰি তুলিছে ৷ মঙলবাৰে ৰোহতাশ নগৰৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী জিতেন্দ্ৰ মহাজনৰ হৈ পথযাত্ৰাত অংশ লয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ উক্ত পদযাত্ৰাত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লোকসকলক বিজেপিৰ পক্ষত ভোট দিয়াৰ বাবে আহ্বান জনায় ৷ সৰ্বানন্দই লগতে কয় যে, কেজৰিৱালে দিল্লীৰ জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰ্ণ কৰা নাই ৷ ইয়াৰ বিপৰীতে বিজেপিয়ে জনতাৰ উপযোগী আঁচনিৰ প্ৰতিশ্ৰুতিসমূহ বাস্তবায়িত কৰিছে ৷ এইবাৰ দিল্লীৰ জনতাই আপৰ বিপৰীতে বিজেপিক ভোট দি জয়যুক্ত কৰিব ৷ পদযাত্ৰাটো দিল্লীৰ জে টি ৰোডস্থিত পানীৰ টেংকিৰ পৰা শ্ৰীৰাম নগৰ ৰোহতাশ নগৰ জোগী ঝুগ্গী বস্তী হৈ সমগ্ৰ অঞ্চল পৰিভ্ৰমণ কৰে ৷

দিল্লীত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আনহাতে, বিজেপি প্ৰাৰ্থী তথা পূৰ্বৰ বিধায়ক জিতেন্দ্ৰ মহাজনে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত কয় যে, বিজেপিৰ কৰ্মকৰ্তাসকল পূৰ্ণ উৎসাহত আছে আৰু সমগ্ৰ দিল্লীতে বিজেপিৰ বতাহ বলি আছে ৷ অহা 8 ফেব্ৰুৱাৰীত দিল্লীৰ জনতাই বিপুল মাত্ৰাত বিজেপিৰ পক্ষত ভোট প্ৰদান কৰিব আৰু যেতিয়া 11 ফেব্ৰুৱাৰীত ফলাফল ওলাব সেইসময়ত ধৰ্ণা প্ৰদৰ্শন কৰাসকলক দেখা পোৱা নাযাব ৷ এইসকলক লোকক আম আদমী পাৰ্টী আৰু কংগ্ৰেছে সমৰ্থন প্ৰদান কৰি আহিছে বুলিও কয় বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷

লগতে পঢ়ক-নিৰ্ভয়া কাণ্ডৰ দোষীক ফাঁচী দিয়াত পলমৰ বাবে দিল্লী চৰকাৰক দোষাৰোপ জাভড়েকাৰ

Intro:आसाम के मुख्यमंत्री सर्बानंद सोनोवाल ने रोहताश नगर से भाजपा जनता पार्टी के उम्मीदवार जितेंद्र महाजन के समर्थन में निकाली गई पदयात्रा में हिस्सा लिया उन्होंने लोगों से भाजपा के पक्ष में वोट देने की अपील की,इस मौके पर आसाम के मुख्यमंत्री ने कहा कि केजरीवाल ने जो वादे दिल्ली की जनता के साथ किए थे वह पूरे नहीं किए इस बार दिल्ली की जनता उन्हें सबक सिखा देगी और दिल्ली में इस बार भारतीय जनता पार्टी की सरकार बनने जा रही है.

Body:रोहताश नगर विधानसभा से भारतीय जनता पार्टी के उम्मीदवार जितेंद्र महाजन के पक्ष में समर्थन में आज आसाम के मुख्यमंत्री सर्बानंद सोनोवाल ने एक पदयात्रा मैं हिस्सा लिया जितेंद्र महाजन के पक्ष में निकाली गई यह पदयात्रा की शुरुआत जीटी रोड स्थित पानी की टंकी श्रीराम नगर से हुई उसके बाद यह पदयात्रा श्रीराम नगर रोहताश नगर लालबाग झुकी जोगी झुग्गी बस्ती मैं होते हुए पूरे इलाके में घूमी इस दौरान सोनोवाल आसाम के मुख्यमंत्री सोनू वालों ने लोगों से आह्वान किया कि ज्यादा से ज्यादा भारतीय जनता पार्टी के पक्ष में मतदान करें उन्होंने लोगों से आह्वान किया मोदी सरकार जिस तरह से जनउपयोगी योजनाओं को लागू कर रही है ठीक उसी तरह से दिल्ली में भी योजनाओं को लागू किया जाएगा और विकास तेज गति से होगा.
मुख्यमंत्री सोनोवाल ने कहा क्षेत्र से जितेंद्र महाजन भारी मतों से विजय होने वाले हैं और दिल्ली में भारतीय जनता पार्टी की सरकार बनेगी.
इस मौके पर मीडिया से बात करते हुए भाजपा प्रत्याशी एवं पूर्व विधायक जितेंद्र महाजन ने कहा कि भारतीय जनता पार्टी के कार्यकर्ता पूरे उत्साह में हैं और पूरी दिल्ली में भाजपा की हवा चल रही है.एक सवाल के जवाब में उन्होंने कहा कि आने वाली 8 तारीख को दिल्ली की जनता भारी संख्या में भाजपा के पक्ष में मतदान करेगी और जब 11 तारीख को रिजल्ट आएगा तो यह धरना प्रदर्शन करने वाले दिखाई भी नहीं देंगे उन्होंने कहा कि इन विरोध प्रदर्शनों को आम आदमी पार्टी और कांग्रेस पार्टी का समर्थन मिला हुआ है.

Conclusion:बाईट 1
जितेंद्र महाजन
भाजपा प्रत्याशी,रोहताश नगर

बाईट 2
धर्मवीर नागर
मंडलाध्यक्ष, भाजपा

बाईट 3 (असमी में बाईट)
सर्बानंद सोनोवाल
मुख्यमंत्री, आसाम
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.