ETV Bharat / bharat

এছিয়ান দেশৰ বৈদেশিক মন্ত্ৰীৰ সৈতে বৈঠক ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ

এছিয়ান দেশৰ সৈতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ বৈঠক ৷ থাইলেণ্ডত অনুষ্ঠিত হোৱা এই বৈঠকত অংশ গ্ৰহণ কৰিছে এছিয়ান দেশ সমূহৰ বিদেশ মন্ত্ৰীয়ে ৷ ইয়াৰ লগতে ভিয়েটনামৰ উপ প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰীকে ধৰি কেইবাগৰাকী উচ্চ বিষয়াৰ লগতে দশম এমজিচি মন্ত্ৰীৰ এক বৈঠকতো অংশগ্ৰহণ কৰিব এছ জয়শংকৰে ৷

এছিয়ান দেশৰ বৈদেশিক মন্ত্ৰী সৈতে বৈঠক ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ
author img

By

Published : Aug 1, 2019, 2:20 PM IST

  • দুদিনীয়া কাৰ্যসূচীৰে থাইলেণ্ডত উপস্থিত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ
  • এছিয়ান দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সৈতে বৈঠক এছ জয়শংকৰৰ
  • থাইলেণ্ডৰ ডন প্ৰমোদৱিনাই আৰু নিউজিলেণ্ডৰ উনছটন পীটৰ্ছৰ সৈতে আলোচনা
  • BIMSTEC সহযোগিতা আৰু ইণ্ডো পেছিফিক অংশীদাৰৰ ওপৰত চৰ্চা
  • 9 th East Asia Summit Foreign Ministersৰ সৈতে বৈঠকত মিলিত
  • ভিয়েটনামৰ উপ প্ৰধানমন্ত্ৰীকে ধৰি অন্যান্য মন্ত্ৰীৰ সৈতে দশম MGC মন্ত্ৰীস্তৰীয় বৈঠক
  • মেংকঙ গংগা সহযোগিতাৰ অন্তৰ্গত ব্যৱহাৰিক সহযোগিতাৰ ওপৰত এই বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.