ETV Bharat / bharat

অসমৰ বন্যাৰ্তৰ কাষত হাৰিয়ানা চৰকাৰ

হাৰিয়ানা চৰকাৰ, উত্তৰাখণ্ড চৰকাৰৰ অসমলৈ বান সাহাৰ্য

author img

By

Published : Aug 2, 2019, 10:57 PM IST

মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰ
  • প্ৰলয়ংকৰী বানৰ ধ্বংসযজ্ঞৰ পিছত অসমৰ বন্যাৰ্তৰ ওচৰত সহমর্মিতাৰে থিয় দিছে হাৰিয়ানা চৰকাৰ
  • শুকুৰবাৰে হাৰিয়ানা চৰকাৰে অসমৰ বান সাহাৰ্যৰ বাবে RTGS ৰ জড়িয়তে প্ৰেৰণ কৰে ৫ কোটি টকা
    etv bharat assam
    মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰ
  • ৰাজ্যখনৰ এনে দুৰ্যোগৰ সময়ত কাষত থিয় দিয়াৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
  • উল্লেখ্য যে কিছুদিন পূৰ্বে উত্তৰাখণ্ড চৰকাৰেও বান সাহাৰ্যৰ বাবে প্ৰেৰণ কৰিছিল ৫ কোটি টকা

Intro:গুৱাহাটী, ২ জুলাই: প্ৰলয়ংকৰী বানে কেউদিশে ঢাহিমুহি নিয়াৰ পিছত অসমৰ বন্যাৰ্তৰ ওচৰত সমমৰ্মিতাৰে থিয় দিছে হাৰিয়ানা চৰকাৰ। আজি হাৰিয়ানা চৰকাৰে অসমৰ বান সাহাৰ্যৰ বাবে RTGS ৰ জড়িয়তে প্ৰেৰণ কৰে ৫ কোটি টকা।

Body:ৰাজ্যখনৰ এনে দুৰ্যোগৰ সময়ত সমমৰ্মিতাৰে কাষত থিয় দিয়াৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Conclusion:উল্লেখ্য যে কিছুদিন পূৰ্বে উত্তৰাখণ্ড চৰকাৰেও বান সাহাৰ্যৰ বাবে প্ৰেৰণ কৰিছিল ৫ কোটি টকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.