ETV Bharat / bharat

লকডাউনৰ মাজত চলা 870খন চাটাৰ্ড বিমানত ভ্ৰমণ কৰিলে প্ৰায় 2লাখ যাত্ৰী - Coronavirus

কেন্দ্ৰীয় অসামৰিক বিমান পৰিৱহন নিৰ্দেশালয়ে প্ৰকাশ কৰা অনুসৰি, লকডাউনৰ সময়ত প্ৰায় 2 লাখ মানুহে চাটাৰ্ড বিমানেৰে নিজৰ যাত্ৰা সম্পূৰ্ণ কৰে ৷

লকডাউনৰ মাজত চলা 870খন চাটাৰ্ড বিমানত ভ্ৰমণ কৰিলে প্ৰায় 2লাখ যাত্ৰী

author img

By

Published : Jun 16, 2020, 5:56 AM IST

নিউজ ডেস্ক, 16 জুন : কোভিড-19ৰ ফলত জাৰী কৰা লকডাউনৰ মাজতে চাটাৰ্ড বিমানত নিজৰ যাত্ৰা সম্পূৰ্ণ কৰে প্ৰায় 2লাখ লোকে ৷ বন্দে ভাৰত মিছনৰ উপৰিও এইসকল লোকে একাশৰীয়া নিজা প্ৰচেষ্টাৰে এইদৰে চাটাৰ্ড বিমানেৰে নিজৰ যাত্ৰা সম্পূৰ্ণ কৰে বুলি জনাইছে ভাৰতৰ অসামৰিক বিমান পৰিৱহন নিৰ্দেশালয়ে ৷

  • In addition to facilitating the Vande Bharat Mission, DGCA granted permission to around 870 chartered flights, transporting around 2 lakh passengers, both inbound & outbound. Several Airlines helped in the humanitarian mission of taking stranded people to their destinations.

    — DGCA (@DGCAIndia) June 15, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

অসামৰিক বিমান পৰিৱহন নিৰ্দেশালয় চমুকৈ ডিজিচিএ প্ৰকাশ কৰা অনুসৰি, লকডাউনৰ সময়তে ভাৰতত উৰণ সম্পূৰ্ণ কৰে প্ৰায় 870খন চাটাৰ্ড বিমানে ৷ এই টুইটযোগে এই কথা প্ৰকাশ কৰিছে নিৰ্দেশালয়ে ৷ এইসমূহ বিমান পৰিৱহনৰ ভিতৰত অন্য়তম আছিল কাটাৰ (81টা উৰন), কেএলএম ডাট্ছ (68টা উৰন), কুৱেইট এয়াৰ (41টা উৰন), ব্ৰিটিছ এয়াৰৱেজ (39টা উৰন), ফ্লাই ডুবাই (38টা উৰন), এয়াৰ ফ্ৰান্স (32টা উৰন), জাজিৰা (30টা উৰন), এয়াৰ আৰিবিয়া (20টা উৰন), গাল্ফ এয়াৰ (19টা উৰন), শ্ৰীলংকান (19টা উৰন), বিমান বাংলাদেশ (15টা উৰন), কোৰিয়ান এয়াৰ (14টা উৰন), ডেলটা (13টা উৰন), চৌদিয়া (13টা উৰন) আৰু এয়াৰ নিপ্পন (12টা উৰন) ৷

  • Major airlines including Qatar Airways-81, KLM Dutch-68, Kuwait Air-41, British Airways-39, FlyDubai-38, Air France-32, Jazeera-30, Air Arabia-20, Gulf Air-19, Sri Lankan-19, Biman Bangladesh-15, Korean Air-14, Delta-13, Saudia-13 & Air Nippon-12 took part in the operations.

  • Additionally, Airlines like Air New Zealand-12, Thai Air Asia-11, United Airlines-11, Iraqi Airways-11, Oman Air-10, Ural Airlines-9, Lufthansa-8, Somon Air-8, Condour-8, Emirates-5, Etihad-5, Aeroflot-4 & Virgin Atlantic-4 also took part in the chartered operations.

ইয়াৰ উপৰিও এয়াৰ নিউজিলেণ্ড (12টা উৰন), থাই এয়াৰ এছিয়া (11টা উৰন), ইউনাইটেড এয়াৰলাইনছ (11টা উৰন), ইৰাকী এয়াৰৱেজ (11টা উৰন), ওমন এয়াৰ (10টা উৰন), উৰাল এয়াৰলাইনছ (9টা উৰন), লুফথানছা (8টা উৰন), চমন এয়াৰ (8টা উৰন), কন্দৰ (8টা উৰন), ইমাৰেটছ (5টা উৰন), ইথিহাড (5টা উৰন), এৰোফ্লট (4টা উৰন) আৰু ভাৰ্জিন আটলান্টিক (4টা উৰন) এ সম্পূৰ্ণ কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.