ETV Bharat / bharat

প্ৰাক্তন বিত্ত মন্ত্ৰী অৰুণ জেটলীক সাক্ষাৎ অভিনেতা অনুপম খেৰৰ - ETV BHARAT

"অৰুণ জেটলীৰ সৈতে পাৰ কৰা সময়বোৰ অতি মূল্যবান আৰু প্ৰতিটো বিষয় সন্দৰ্ভত থকা তেওঁৰ জ্ঞানে বহুখিনী শিক্ষা প্ৰদান কৰিলে যিখিনি মোৰ বাবে প্ৰেৰণাদায়ক ৷

প্ৰাক্তন বিত্ত মন্ত্ৰী অৰুণ জেটলীক সাক্ষাৎ অভিনেতা অনুপম খেৰৰ
author img

By

Published : Jun 30, 2019, 12:00 PM IST

নিউজ ডেস্ক, 30 জুনঃ শনিবাৰে প্ৰাক্তন বিত্ত মন্ত্ৰী অৰুণ জেটলীক সাক্ষাৎ অভিনেতা অনুপম খেৰৰ ৷ প্ৰাক্তন মন্ত্ৰী গৰাকীৰ শাৰীৰিক অসুস্থতাৰ বুজ ল'বলৈ তেওঁৰ বাসগৃহত উপস্থিত হয় অভিনেতাজন ৷ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ সৈতে হোৱা সাক্ষাৎৰ পিছত নিজ টুইটাৰ একাউণ্টৰ জৰিয়তে তেওঁলোকৰ মিটিং খনৰ বিষয়ে টুইট কৰে অভিনেতাগৰাকীয়ে ৷

etv bharat assam
প্ৰাক্তন বিত্ত মন্ত্ৰী অৰুণ জেটলীক সাক্ষাৎ অভিনেতা অনুপম খেৰৰ

"অৰুণ জেটলীৰ সৈতে পাৰ কৰা সময়বোৰ অতি মূল্যবান আৰু প্ৰতিটো বিষয় সন্দৰ্ভত থকা তেওঁৰ জ্ঞানে বহুখিনি শিক্ষা প্ৰদান কৰিলে যিখিনি মোৰ বাবে প্ৰেৰণাদায়ক ৷ তেওঁক আগতকৈ সুস্থ দেখি মই অতি আনন্দিত" বুলি নিজ টুইটাৰ জৰিয়তে জনায় অভিনেতা অনুপম খেৰে ৷

Intro:Body:

প্ৰাক্তন বিত্ত মন্ত্ৰী অৰুণ জেটলীক সাক্ষাৎ অভিনেতা অনুপম খেৰৰ

নিউজ ডেস্ক, 30 জুনঃ শনিবাৰে প্ৰাক্তন বিত্ত মন্ত্ৰী অৰুণ জেটলীক সাক্ষাৎ অভিনেতা অনুপম খেৰৰ ৷ প্ৰাক্তন মন্ত্ৰী গৰাকীৰ শাৰীৰিক অসুস্থতাৰ বুজ ল'বলৈ  তেওঁৰ বাসগৃহত উপস্থিত হয় অভিনেতাজন৷ 

প্ৰাক্তন মন্ত্ৰীগৰাকীৰ সৈতে হোৱা  সাক্ষাতৰ পিছত নিজ টুইটাৰ একাউণ্টৰ জৰিয়তে তেওঁলোকৰ মিটিং খনৰ বিষয়ে টুইট কৰে অভিনেতাগৰকাীয়ে৷ "অৰুণ জেটলীৰ সৈতে পাৰ কৰা সময়বোৰ অতি মূল্যবান আৰু প্ৰতিটো বিষয় সন্দৰ্ভত থকা তেওঁৰ জ্ঞানে বহুখিনী শিক্ষা প্ৰদান কৰিলে যিখিনী মোৰ বাবে প্ৰেৰণাদায়ক ৷ তেওঁক আগতকৈ সুস্থ দেখি মই অতি আনন্দিত" বুলি নিজ টুইটাৰ জৰিয়তে জনায় অভিনেতা  অনুপম খেৰে৷

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.