ETV Bharat / bharat

এন-95 মাস্ক বিচাৰি নিলম্বিত চিকিৎসক ! ক‘ত চাওঁক..

author img

By

Published : May 21, 2020, 5:09 PM IST

নাৰ্চিপাটনাম ক্ষেত্ৰ চিকিৎসালয়ৰ চিকিৎসক সুধাকৰ ৰাৱক বিগত মাহত কোভিড-19 ৰ কৰ্তব্যত নিয়োজিত চিকিৎসকসকলক কিয় এন-95 মাস্ক যোগান ধৰা হোৱা নাই বুলি কৰা প্ৰশ্নৰ পাছত বিশাখাপট্টনমৰ পৰ্ট হাস্পতালৰ সন্মুখত উপদ্ৰৱ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ৷

andhra-pradesh-doctor-receives-opposition-support-over-n95-mask-chaos
এন-95 মাস্ক বিচাৰি নিলম্বিত চিকিৎসক

নিউজ ডেস্ক, 21 মে‘ : অন্ধ্ৰপ্ৰদেশৰ এখন চৰকাৰী চিকিৎসালয়ৰ এজন চিকিৎসকে পিপিই কিটৰ নাটনি সন্দৰ্ভত ৰাজ্য চৰকাৰক প্ৰশ্ন কৰি এতিয়া চৰ্চালৈ আহিছে ৷ চিকিৎসকজনে পি পি ই কিটৰ নাটনিৰ ওপৰত চৰকাৰক প্ৰশ্ন কৰাৰ পাছত এতিয়া চিকিৎসকজনে সমৰ্থন বুধবাৰে সমৰ্থন লাভ কৰে ৰাজ্যৰ বিৰোধী দল সমূহৰ ৷

নাৰ্চিপাটনাম ক্ষেত্ৰ চিকিৎসালয়ৰ চিকিৎসক সুধাকৰ ৰাওক বিগত মাহত কোভিড-19 ৰ কৰ্তব্যত নিয়োজিত চিকিৎসকসকলক কিয় এন-95 মাস্ক যোগান ধৰা হোৱা নাই বুলি কৰা প্ৰশ্নৰ পাছত বিশাখাপট্টনমৰ পৰ্ট হাস্পতালৰ সন্মুখত উপদ্ৰৱ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ৷

সুধাকৰে কথিত ৰূপত জগন মোহন ৰেড্ডী চৰকাৰৰ বিৰুদ্ধে অপমানসূচক মন্তব্য আগবঢ়ায় ৷ পৰৱৰ্তী সময়ত তেওঁক বিশাখাপট্টনমৰ জৰ্জ হাস্পাতালৰ চিকিৎসকে মানসিক অৱস্থা ঠিক নহয় বুলি কোৱাৰ পাছত এখন মানসিক ৰোগীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

এন-95 মাস্ক বিচাৰি নিলম্বিত চিকিৎসক

তদুপৰি সামাজিক মাধ্যমত ভিডিঅ‘ ভাইৰেল হোৱাৰ পাছত চিকিৎসকগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ বাবেও এজন আৰক্ষী কনিষ্টবলক নিলম্বিত কৰা হৈছে বুলিও এক সুত্ৰই প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা 188 জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.