ETV Bharat / bharat

প্ৰেয়সীক অশালীন মন্তব্য কৰাৰ বাবেই আত্মহত্যা যুৱকৰ

author img

By

Published : Jun 27, 2020, 9:41 PM IST

Updated : Jun 28, 2020, 6:55 AM IST

যুৱক জনে এগৰাকী যুৱতীক ভাল পাইছিল কিন্তু যুৱক জনৰ বাল্য কালৰ বন্ধুৱে যুৱতী গৰাকীক অপমান কৰি বিভিন্ন ধৰণৰ ব্যংগাত্মক মন্তব্য কৰাৰ বাবে যুৱক জনে আত্মহত্যা কৰে বুলি উল্লেখ কৰে ৷

An young man committed suicide because his girlfriend has been cheated
আত্মহত্যাৰ পূৰ্বে এজন যুৱকৰ পৰিয়ালৈ ভিডিঅ প্ৰেৰণ

নিউজ ডেস্ক,27জুনঃ শনিবাৰে এজন যুৱকে আত্মহত্যা কৰাৰ পূৰ্বে চছিয়েল মিডিয়াৰ জৰিয়তে ভিডিঅ আপলোড কৰা ঘটনাই পশ্চিম গোদাৱৰি জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ইপিনে মৃত্যুৰ পূৰ্বে যুৱক জনে পৰিয়ালৰ সদস্যলৈ ভিডিঅ প্ৰেৰণ কৰি মৃত্যুৰ বাবে দুজন ব্যক্তিক জগৰীয়া কৰে ৷ যুৱক জনে উল্লেখ কৰে যে তেঁও এগৰাকী যুৱতীক ভাল পাইছিল কিন্তু যুৱক জনৰ বাল্য কালৰ বন্ধুৱে যুৱতী গৰাকীক অপমান কৰি বিভিন্ন ধৰণৰ ব্যাংগাত্মক মন্তব্য কৰাৰ বাবে যুৱক জনে আত্মহত্যা কৰে বুলি উল্লেখ কৰে ৷

আনহাতে যুৱতী গৰাকীক অশালীন মন্তব্য কৰা যুৱক কেইজনক শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক অনুৰোধ জনাই আত্মহত্যা কৰা যুৱকজনে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃত যুৱক জন জাকামপুুদি কানকাৰাও ৰায়ালাম গাঁওৰ বুলি চিনাক্ত কৰিছে ৷ ইপিনে যুৱক জনৰ পিতৃৰ গোচৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ অখিল গগৈৰ মুক্তিৰ দাবীত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত অনশন

Last Updated : Jun 28, 2020, 6:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.