ETV Bharat / bharat

গুৰুগ্ৰামত কেন্দ্ৰীয়ভাৱে RAFৰ 28 সংখ্যক স্থাপনা দিৱস উদযাপন - RAFৰ 28 সংখ্যক স্থাপনা দিৱস উদযাপন

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ অন্তৰ্গত ৰেপিড এক্চন ফৰ্চ চমুকৈ ৰেফৰ আদি 28সংখ্যক স্থাপনা দিৱস ৷ 1992 চনত গৃহযুদ্ধ, গোষ্ঠীসংঘৰ্ষ, অন্তৱৰ্তীকালীন আইন-শৃংখলা বৰ্তাই ৰাখিবলৈ ইয়াক গঠন কৰা হৈছিল ৷

RAFৰ স্থাপনা দিৱসৰ শুভেচ্ছা গৃহমন্ত্ৰী অমিত শ্বাহৰ

author img

By

Published : Oct 7, 2020, 12:30 PM IST

নিউজ ডেস্ক, 7 অক্টোবৰ : কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ অন্যতম সংস্থা ৰেপিড এক্চন ফৰ্চৰ আজি 28 সংখ্যক স্থাপনা দিৱস ৷ 1992 চনত দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ লগতে গৃহ-যুদ্ধ আৰু গোষ্ঠীসংঘৰ্ষৰ সৈতে মোকাবিলা কৰিবলৈ 1 টা বেটালিয়নৰ সৈতে ইয়াক স্থাপন কৰা হৈছিল ৷

  • सर्वत्र शांति ही आधार है,
    सिद्ध किया हर बार है,
    शांति के दूत है हम,
    संदेश हमारा प्यार है।#RapidActionForce celebrates its #28thAnniversary at GC Gurugram campus. Sh. Nityanand Rai, Hon'ble MOS for Home Affairs graced the occasion as Chief Guest#RAF #CRPF #पहरेदार वतन के pic.twitter.com/POGhoCogug

    — RAPID ACTION FORCE(CRPF) (@RAFCRPF) October 7, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

1992চনৰ 7 অক্টোবৰত স্থাপনা কৰা এইটো বিশেষ বাহিনীয়ে বৰ্তমানে দেশৰ বহুকেইটা স্থানত নিজৰ কৰ্ম দক্ষতাৰে পালন কৰিবলৈ সক্ষম হৈছে ৷ পৰৱৰ্তী সময়ত ইয়াক 10 টা বেটালিয়নৰ সৈতে যুক্ত কৰা হয় আৰু অধিক শক্তিশালী কৰিবলৈ 2018ৰ 1 জানুৱাৰীত অতিৰিক্তভাৱে 5টা স্থায়ী বেটালিয়ন যুক্ত কৰা হয় ৷ বৰ্তমানে বাহিনীটোত 15টা বেটালিয়ন আছে ৷ বাহিনীটোৰ 83, 103, 104, 108, 194, 97, 99, 100, 102, 105, 91, 101, 106, 107 আৰু 114 বেটালিয়নক ৰেপিড এক্চন ফৰ্চৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু প্ৰতিটো বেটালিয়নকে 106 গৰাকীকৈ মহিলা জোৱানেৰে সংযুক্ত কৰা হৈছে ৷

RAFৰ 28 সংখ্যক স্থাপনা দিৱস উদযাপন

বাহিনীটোৰ স্থাপনা দিৱস উপলক্ষে দেশৰ গৃহমন্ত্ৰীয়ে টুইটযোগে বাহিনীটোৰ লগতে ইয়াক কৰ্মৰত বিষয়া, জোৱান, শ্বহীদ তথা পৰিয়ালৰ লোকসকলক শুভেচ্ছা জ্ঞাপন কৰে ৷ আনহাতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও টুইটযোগে বাহিনীটোৰ স্থাপনা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অসম আৰক্ষীয়ে টুইট কৰি শুভেচ্ছা জ্ঞাপন কৰে ৷

  • Greetings to RAF personnel & their families on their 28th anniversary.

    RAF has distinguished itself in dealing with the challenges relating to law & order.

    Time and again, their commitment in several humanitarian works & UN peacekeeping missions has made India proud. @crpfindia

    — Amit Shah (@AmitShah) October 7, 2020 " class="align-text-top noRightClick twitterSection" data=" ">
  • The Assam Police Family extends its warm greetings to the brave heroes of @RAFCRPF on the occasion of the 28th #RAFanniversary.

    The selfless service of this specialised force has proven time & again its prowess in protecting the rule of law & ensuring public safety. pic.twitter.com/x7RE5fumsP

    — Assam Police (@assampolice) October 7, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

বাহিনীটোৰ গুৰুগ্ৰামস্থিত আঞ্চলিক মুখ্যালয়ত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় স্থাপনা দিৱস ৷ চিআৰপিএফৰ ৰেপিড এক্চন ফৰ্চৰ স্থাপনা দিৱসত মুখ্য অতিথিৰূপে উপস্থিত থাকে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ৰ লগতে চিআৰপিএফৰ মহানিৰ্দেশক এপি মাহেশ্বৰী তথা ৰেপিড এক্চন ফৰ্চৰ মহাপৰিদৰ্শক ৰাধা মোহন মিনা ৷

লগতে পঢ়ক : জম্মু-কাশ্মীৰত সুৰক্ষা বলৰ গুলীত এটা সন্ত্ৰাসবাদী নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.