ETV Bharat / bharat

কৰ'ণাৰ ঔষধ হিচাপে ব্যৱহাৰৰ সম্ভাৱনা সুৰাপায়ীৰ চিকিৎসাত ব্যৱহাৰ ঔষধ

মহামাৰী COVID-19 ৰ প্ৰতিৰোধ কৰিব পাৰে সুৰা সেৱনৰ অভ্যাস এৰুৱালৈ ব্যৱহাৰ কৰা ডাইছলফিৰাম নামৰ ঔষধ ৷ ৰুছৰ নেশ্যনেল ৰিচাৰ্জ Higher School of Economics আৰু Zelinsky Institute Of Organic Chemistry ৰ গৱেষণাত প্ৰকাশ পাইছে এই খবৰ ৷

কৰ'ণা ভাইৰাছ
কৰ'ণাৰ ঔষধ হিচাপে ব্যৱহাৰৰ সম্ভৱনা সুৰাপায়ীৰ চিকিৎসাত ব্যৱহাৰ ঔষধ
author img

By

Published : Aug 7, 2020, 8:20 AM IST

নিউজ ডেস্ক,7 আগষ্টঃ সুৰাসক্ত ব্যক্তিৰ সুৰা সেৱনৰ অভ্যাস এৰাৱালৈ ব্যৱহাৰ কৰা ডাইছলফিৰাম নামৰ ঔষধবিধ মহামাৰী COVID-19 ত ব্যৱহাৰ কৰিব পাৰি বুলি মত প্ৰকাশ ৰুছৰ দুখনকৈ শিক্ষা অনুষ্ঠানৰ ৷ ৰুছৰ নেশ্যনেল ৰিচাৰ্জ Higher School of Economics আৰু Zelinsky Institute Of Organic Chemistry এটা দলে ৰসায়নবিদ আৰু আণবিক মডেলিং ব্যৱহাৰৰ ওপৰত চলোৱা গৱেষণাৰ ভিত্তিতে প্ৰকাশ পায় এই খবৰ ৷ মেণ্ডেলিভ কমিউনিকেছন জাৰ্নালত প্ৰকাশ পাইছে ৷

ডাইছলফিৰাম নামৰ এই সুৰা সেৱনকাৰীৰ চিকিৎসাত ব্যৱহাৰ কৰাৰ উপৰিও স্তন কেঞ্চাৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় ৷ অনুসন্ধান দলটোৱে প্ৰকাশ কৰা অনুসৰি,এই ঔষধবিধে দেহৰ আভ্যন্তৰীনত ভাইৰাছ দুৰ্বল কৰাৰ উপৰিও ভাইৰাছবিধ প্ৰতিৰোধ কৰাত সক্ষম হয় বুলিও উল্লেখ কৰে ৷ আমেৰিকা খাদ্য তথা ঔষধ প্ৰশাসন দ্বাৰা অনুমোদিত ডাইছলফিৰাম নামৰ এই ঔষধ ৷

আৰু পঢ়কঃ আগষ্টৰ মাজ ভাগলৈ অধিক বৃদ্ধি হ'ব সোণ আৰু ৰূপৰ মূল্য !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.