ETV Bharat / bharat

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বৰঙণি দিবলৈ অনুৰোধ জনালে অক্ষয় কুমাৰে

author img

By

Published : Jan 17, 2021, 10:16 PM IST

বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে দেওবাৰে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দেশবাসীক দান বৰঙণি আগবঢ়াবলৈ এই অনুৰোধ জনায় ৷

Akshay Kumar urges people to contribute for Ram Temple construction
ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বৰঙণি দিবলৈ অনুৰোধ জনালে অক্ষয় কুমাৰে

নিউজ ডেস্ক, 17 জানুৱাৰী : ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দেশবাসীক দান-বৰঙণি আগবঢ়াবলৈ অনুৰোধ জনালে বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে ৷ এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে এই অনুৰোধ জনাই অক্ষয় কুমাৰে ৷

  • बहुत खुशी की बात है कि अयोध्या में हमारे श्री राम के भव्य मंदिर का निर्माण शुरू हो चूका है...अब योगदान की बारी हमारी है l मैंने शुरुआत कर दी है, उम्मीद है आप भी साथ जुड़ेंगे l जय सियाराम 🙏🏻 pic.twitter.com/5SvzgfBVCf

    — Akshay Kumar (@akshaykumar) January 17, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

बहुत खुशी की बात है कि अयोध्या में हमारे श्री राम के भव्य मंदिर का निर्माण शुरू हो चूका है...अब योगदान की बारी हमारी है l मैंने शुरुआत कर दी है, उम्मीद है आप भी साथ जुड़ेंगे l जय सियाराम 🙏🏻 pic.twitter.com/5SvzgfBVCf

— Akshay Kumar (@akshaykumar) January 17, 2021

অভিনেতা গৰাকীয়ে তেওঁ টুইটাৰত এই ভিডিঅ' চেয়াৰ কৰি লিখিছে, আমি আনন্দিত হৈছো যে ৰামৰ জন্ম স্থান অয্যোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে ৷ মন্দিৰ নিৰ্মাণৰ বাবে বৰঙণি দিয়াটো প্ৰতিজন লোকৰে কৰ্তব্য বুলিও মত প্ৰকাশ কৰে অক্ষয় কুমাৰে ৷

লগতে পঢ়ক : ভাৰতৰ সৰ্ববৃহৎ শক্তি হৈছে ইয়াৰ জনগাঁথনিগত লাভালাভ : উপ ৰাষ্ট্ৰপতি

নিউজ ডেস্ক, 17 জানুৱাৰী : ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দেশবাসীক দান-বৰঙণি আগবঢ়াবলৈ অনুৰোধ জনালে বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে ৷ এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে এই অনুৰোধ জনাই অক্ষয় কুমাৰে ৷

  • बहुत खुशी की बात है कि अयोध्या में हमारे श्री राम के भव्य मंदिर का निर्माण शुरू हो चूका है...अब योगदान की बारी हमारी है l मैंने शुरुआत कर दी है, उम्मीद है आप भी साथ जुड़ेंगे l जय सियाराम 🙏🏻 pic.twitter.com/5SvzgfBVCf

    — Akshay Kumar (@akshaykumar) January 17, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

অভিনেতা গৰাকীয়ে তেওঁ টুইটাৰত এই ভিডিঅ' চেয়াৰ কৰি লিখিছে, আমি আনন্দিত হৈছো যে ৰামৰ জন্ম স্থান অয্যোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে ৷ মন্দিৰ নিৰ্মাণৰ বাবে বৰঙণি দিয়াটো প্ৰতিজন লোকৰে কৰ্তব্য বুলিও মত প্ৰকাশ কৰে অক্ষয় কুমাৰে ৷

লগতে পঢ়ক : ভাৰতৰ সৰ্ববৃহৎ শক্তি হৈছে ইয়াৰ জনগাঁথনিগত লাভালাভ : উপ ৰাষ্ট্ৰপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.