ETV Bharat / bharat

অসম বিধানসভা কাৰ্যালয়ৰ সন্মুখত AIUDF ৰ CAA বিৰোধী প্ৰতিবাদ

author img

By

Published : Jan 13, 2020, 5:22 PM IST

অসম বিধানসভা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহিল AIUDF ৷ CAA বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে ৷

অসম বিধানসভা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ
AIUDF ৰ CAA বিৰোধী প্ৰতিবাদ

নেশ্যনেল ডেস্ক, 13 জানুৱাৰী : দা অল ইণ্ডিয়া ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰন্ট (AIUDF) য়ে সোমবাৰে নাগৰিকত্ব সংশোধনী আইনৰ (CAA) বিৰুদ্ধে অসম বিধানসভা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদত উপস্থিত থকা দলৰ সদস্যসকলে মন্তব্য কৰে যে, CAA ৰ বিৰুদ্ধে তেওঁলোকে কৰা এক বিশেষ বৈঠকৰ দাবী চৰকাৰে অগ্ৰাহ্য কৰিলে ৷

AIUDF ৰ CAA বিৰোধী প্ৰতিবাদ

AIUDF ৰ বিধায়ক ৰফিকুল ইছলামে কয়, "আমি এখন বিশেষ বৈঠকৰ লগতে এটা দিনৰ সম্প্ৰসাৰণ কৰিবলৈ দাবী জনাইছিলো ৷ অসমৰ নাগৰিকে CAA মানি নলয় ৷ বিধানসভা কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰ আমি অৱৰোধ কৰি ৰাখিছো ৷"

তেওঁ লগতে কয়, "অসমৰ প্ৰতিটো স্থানতে CAA বিৰোধী প্ৰতিবাদ সাব্যস্ত হৈ আছে ৷ সেয়েহে আমি এক বিশেষ বৈঠকৰ দাবী কৰিছিলো ৷ কিন্তু চৰকাৰ আৰু অধ্যক্ষই আমাক CAA সম্পৰ্কত মাত মাতিবলৈ সন্মতি প্ৰদান নকৰিলে ৷ CAA সম্পৰ্কত এদিনৰ আলোচনা হোৱা উচিত ৷ অসমীয়া লোকে CAA বৰ্জন কৰিছে ৷"

আৰু পঢ়ক : বাগদাদৰ সেনা ছাউনীত ভয়ংকৰ ৰকেট আক্ৰমণ

Intro:Body:

https://www.aninews.in/news/national/politics/aiudf-stages-protest-outside-assam-assembly-against-caa20200113125203/

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.