ETV Bharat / bharat

ৰাকেশ কুমাৰ সিং ভাদুৰীয়া দেশৰ পৰৱৰ্তী বায়ু সেনা প্ৰধান

এয়াৰ মাৰ্শ্বাল ৰাকেশ কুমাৰ সিং ভাদুৰীয়া (পিভিএছএম, এভিএছএম, ভিএম, এডিচি)ই হ'ব দেশৰ পৰৱৰ্তী বায়ু সেনা প্ৰধান ৷ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় বায়ুসেনাৰ উপ-সেনাধ্যক্ষগৰাকীৰ অৱসৰ বন্ধ কৰি দেশৰ 26 সংখ্যক বায়ুসেনা প্ৰধান হিচাপে নিযুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেই অনুসৰি, অহা 30 চেপ্তেম্বৰত দেশৰ 26সংখ্যক বায়ুসেনা প্ৰধান হিচাপে নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰিব ভাৰতীয় বায়ু-সেনাৰ জ্যেষ্ঠ তথা অভিজ্ঞ বিষয়াগৰাকীক ৷ বায়ুসেনাৰ প্ৰধান হিচাপে নাম ঘোষণা হোৱাৰ পিচতে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ কৰে এয়াৰ মাৰ্শ্বালগৰাকীয়ে ৷

এয়াৰ মাৰ্শ্বাল ৰাকেশ কুমাৰ সিং ভাদুৰীয়া (পিভিএছএম, এভিএছএম, ভিএম, এডিচি)
author img

By

Published : Sep 21, 2019, 8:45 PM IST

নিউজ ডেস্ক, 21 চেপ্তেম্বৰঃ চলিত বৰ্ষটো ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ বাবে খুবেই গুৰুত্বপূৰ্ণ বৰ্ষ হিচাপে বিবেচিত হৈছে ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতে নিজৰ শক্তিশালী স্থিতি প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱাৰ লগতে শত্ৰুৰাষ্ট্ৰৰ বিৰুদ্ধে ভাৰতীয় সৈন্যবাহিনীয়ে গ্ৰহন কৰা সৱল স্থিতি সকলোৰে জ্ঞাত ৷ বিগত বৰ্ষসমূহৰ তুলনাত চলিত বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ বাজেটত অধিক ধনৰ অনুমোদন যোগান ধৰা হয় ৷ ইয়াৰ উপৰিও স্বদেশী আৰু বিদেশী মূলৰ বহুকেইটা উন্নত প্ৰযুক্তিৰ সংযোজন, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, প্ৰথমবাৰৰ বাবে সংযুক্ত প্ৰতিৰক্ষা প্ৰধান (CDS)ৰ অন্তৰ্ভুক্তি, ইন্টিগ্ৰেটেড বেটেল গ্ৰুপ গঠন, ৰাফেল, আপাচি, চিনুকৰ সংযোজন, আকাশ ক্ষেপনাস্ত্ৰসম্পন্ন অতিৰিক্ত 7টা স্কোৱাড্ৰণ গঠনৰ অনুমতি আদি আছিল প্ৰতিৰক্ষা খণ্ডৰ অন্যতম সংযোজন ৷

  • Chief of the Air Staff designate Air Marshal RKS Bhadauria, Vice Chief of the Air Staff, who will assume office on 30 Sep 2019 called on Raksha Mantri Shri @rajnathsingh in New Delhi, today. pic.twitter.com/445ZqQFH1d

    — ADG (M&C) DPR (@SpokespersonMoD) September 20, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতীয় বায়ুসেনাৰ বাবে চলিত বৰ্ষটো আছিল অতিকে গুৰুত্বপূৰ্ণ ৷ শেহতীয়াকৈ কেবিনেট কমিটি অন অপইন্টমেন্টৰ নিৰ্দেশত প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় বায়ুসেনাৰ পৰৱৰ্তী সেনাপ্ৰধানৰ নাম ঘোষণা কৰে ৷ সেই অনুসৰি, চলিত বৰ্ষত অৱসৰগ্ৰহণ কৰিবলগীয়া বায়ুসেনাৰ উপ-মুখ্য সেনাধ্যক্ষ এয়াৰ মাৰ্শ্বাল ৰাকেশ কুমাৰ সিং ভাদুৰীয়াৰ নাম পৰৱৰ্তী বায়ুসেনা প্ৰধানৰ বাবে প্ৰস্তাৱ কৰে মন্ত্ৰালয়ে ৷ এইদৰে এগৰাকী অভিজ্ঞ তথা জ্যেষ্ঠ বায়ুসেনা বিষয়াৰ অৱসৰ বন্ধ কৰি দেশৰ পৰৱৰ্তী বায়ুসেনা প্ৰধানৰ বাবে নিযুক্ত কৰাটো এয়াই প্ৰথম ৷

নেশ্বনেল ডিফেন্স একাডেমি উত্তীৰ্ণ ৰাকেশ কুমাৰ সিং ভাদুৰীয়াই 1980 চনত ভাৰতীয় বায়ুসেনাত এগৰাকী যুঁজাৰু বৈমানিক হিচাপে যোগদান কৰিছিল ৷ 4250 ঘন্টাতকৈয়ো অধিক সময়, 26 ধৰণৰ যুঁজাৰু আৰু পৰিবহন বিমান উৰণৰ অভিজ্ঞতাৰে পুষ্ট এয়াৰ মাৰ্শ্বাল ভাদুৰীয়াই নিজৰ সক্ষমতাৰ বাবে লাভ কৰিছিল বায়ুসেনাৰ 'Sword of Honour' সন্মান ৷ বায়ুসেনাত থকাৰ সময়ত জেগুৱাৰ স্কোৱাড্ৰণকে ধৰি চাউথ ৱেষ্টাৰ্ণ এয়াৰ কামাণ্ডৰ আন এক যুঁজাৰু বিমান স্কোৱাড্ৰণক নেতৃত্ব দিছিল ভাদুৰীয়াই ৷ পৰৱৰ্তী সময়ত এয়াৰ মাৰ্শ্বালগৰাকীয়ে বায়ুসেনাৰ দুটাকৈ এয়াৰ কামাণ্ডৰ এয়াৰ অফিচাৰ কামাণ্ডিং ইন চীফৰ দায়িত্বও সফলতাৰে পালন কৰিছিল ৷

  • He commanded Flight Test Squadron at Aircraft & System Testing Establishment (ASTE) & was the Project Director of National Flight Test Centre on Light Combat Aircraft (LCA) project. As DCAS, he was instrumental in the finalisation of contract of Rafale aircraft for IAF. pic.twitter.com/hH9cuXFska

    — Indian Air Force (@IAF_MCC) September 19, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

বায়ুসেনাৰ কৰ্মজীৱনত এয়াৰ মাৰ্শ্বালগৰাকীৰ ভূমিকা আছিল অতিকে উল্লেখনীয় ৷ তেওঁৰ নেতৃত্বতে দেশে সম্পন্ন কৰিছিল বহু বিতৰ্কিত ৰাফেল যুঁজাৰু বিমান চুক্তি ৷ চলিত মাহৰ শেষৰ ফালে দেশে লাভ কৰিব প্ৰথমখন ৰাফেল যুঁজাৰু বিমান ৷ বায়ুসেনা বিষয়াগৰাকীৰ কৰ্মৰাজীৰ প্ৰতি সন্মান জনাই ভাৰতীয় বায়ুসেনাই দেশে লাভ কৰিবলগীয়া প্ৰথমখন ৰাফেল যুঁজাৰু বিমানৰ নাম RB001 ৰাখিছে প্ৰতিৰক্ষা বিভাগে ৷ ইয়াৰ উপৰিও নিজৰ কৰ্মজীৱনত বহুকেইটা গুৰুত্বপূৰ্ণ কাম সম্পন্ন কৰা এয়াৰ মাৰ্শ্বালগৰাকীয়ে চলিত বৰ্ষৰ মে' মাহত ভাৰতীয় বায়ুসেনাৰ উপ-মুখ্য সেনাধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল ৷ বায়ুসেনাৰ উপ-মুখ্য সেনাধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পূৰ্বেই এয়াৰ মাৰ্শ্বালগৰাকীয়ে এয়াৰক্ৰাফ্ট এণ্ড চিষ্টেম টেষ্টিং এষ্টাব্লিজমেন্টৰ অধীনস্থ ফ্লাইট টেষ্ট স্কোৱাড্ৰণক নেতৃত্ব প্ৰদান কৰিছিল ৷ ইয়াৰ উপৰিও স্বদেশী প্ৰযুক্তিৰে নিৰ্মিত লাইট কম্বেট এয়াৰক্ৰাফ্ট চমুকৈ এলচিএৰ বাবে স্থাপন কৰা নেশ্বনেল ফ্লাইট টেষ্ট চেন্টাৰৰ প্ৰকল্প নিৰ্দেশক আছিল এয়াৰ মাৰ্শ্বাল ৰাকেশ কুমাৰ সিং ভাদুৰীয়া ৷

  • Air Mshl Bhadauria was commissioned in fighter stream of IAF on 15 Jun 1980 & was recipient of 'Sword of Honour'. He has over 4250 hrs of flying on 26 types of fighters & transport aircraft. He has been the AOC-in-C for two commands & has been overseeing IAF Operations as VCAS. pic.twitter.com/Uh2LnZ7fSd

বায়ুসেনাৰ অভিজ্ঞ আৰু দীঘলীয়া কৰ্মৰাজীৰ বাবে এয়াৰ মাৰ্শ্বালগৰাকীয়ে পৰম বিশিষ্ট সেৱা মেডেল, অতি বিশিষ্ট সেৱা মেডেল, বায়ুসেনা মেডেলৰ লগতে এডিচিৰ সন্মানেৰে সন্মানিত হৈছে ৷ বৰ্তমানে দেশৰ চীফ অৱ ষ্টাফ কমিটিৰ চেয়াৰমেন তথা বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল বীৰেন্দ্ৰ সিং ধানোৱাৰ পৰা চলিত মাহৰ 30 তাৰিখে দেশৰ 26 সংখ্যক বায়ুসেনা প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব এয়াৰ মাৰ্শ্বাল ৰাকেশ কুমাৰ সিং ভাদুৰীয়াই ৷ ৰাকেশ কুমাৰ ভাদুৰীয়াৰ নাম দেশৰ পৰৱৰ্তী বায়ুসেনা প্ৰধান হিচাপে ঘোষণা কৰাত উৎফুল্লিত হৈ পৰে আগ্ৰাৰ বাহ মৌজাৰ অন্তৰ্গত কোৰাথ গাঁৱৰ বাসিন্দাসকল ৷ প্ৰথমবাৰৰ বাবে গাঁৱখনত জন্মগ্ৰহণ কৰা এগৰাকী ব্যক্তিয়ে এইদৰে দেশৰ ভিতৰতে সৰ্বোচ্চ পদবীত অধিস্থিত হ'বলৈ লোৱাটো গাঁৱবাসীয়ে হৰ্ষোল্লাহেৰে উদযাপন কৰে ৷

Intro:Body:

ৰাকেশ কুমাৰ সিং ভাদুৰীয়া দেশৰ পৰৱৰ্তী বায়ু সেনা প্ৰধান 

এয়াৰ মাৰ্শ্বাল ৰাকেশ কুমাৰ সিং ভাদুৰীয়া (পিভিএছএম, এভিএছএম, ভিএম, এডিচি)ই হ'ব দেশৰ পৰৱৰ্তী বায়ু সেনা প্ৰধান ৷ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় বায়ুসেনাৰ উপ-সেনাধ্যক্ষগৰাকীৰ অৱসৰ বন্ধ কৰি দেশৰ 26 সংখ্যক বায়ুসেনা প্ৰধান হিচাপে নিযুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেই অনুসৰি, অহা 30 চেপ্তেম্বৰত দেশৰ 26সংখ্যক বায়ুসেনা প্ৰধান হিচাপে নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰিব ভাৰতীয় বায়ু-সেনাৰ জ্যেষ্ঠ তথা অভিজ্ঞ বিষয়াগৰাকীক ৷ 

ৰাকেশ কুমাৰ সিং ভাদুৰীয়া হ'ব পৰৱৰ্তী বায়ু সেনা প্ৰধান 

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.