ETV Bharat / bharat

উন্নাও ধৰ্ষণ কাণ্ডঃ চিকিৎসাৰ বাবে 5 জনীয়া জেষ্ঠ চিকিৎসকৰ দল নিয়োগ - UNNAO RAPE CASE

2017 চনত সংঘটিত হোৱা এই ধৰ্ষণ কাণ্ডত সাঙুৰ খাই পৰিছিল বিজেপি বিধায়ক কুলদিপ সিং চেঙগৰৰ নাম ৷ 2017ৰ জুন মাহৰ 4 তাৰিখে কাম বিচাৰি চেঙগৰৰ ঘৰলৈ গৈছিল ভুক্তভোগী ৷ 1 আগষ্টত চেঙগৰক দলৰ পৰা বহিস্কাৰ কৰা হৈছিল ৷ শেহতীয়া বাতৰি অনুযায়ী ভুক্তভোগীৰ অধিবক্তাকো লক্ষ্ণৌস্থিত কেজি এম ইউৰ পৰা এইমচলৈ অনা হৈছে ৷

উন্নাও ধৰ্ষণৰ ভূক্তভোগীৰ নিৰিক্ষনৰ বাবে 5 জনীয়া জেষ্ঠ চিকিৎসকৰ দল নিয়োগ
author img

By

Published : Aug 6, 2019, 8:38 PM IST

নিউজ ডেস্ক,6 আগষ্টঃ সোমবাৰে নিশা উন্নাও ধৰ্ষণ কাণ্ডৰ ভুক্তভোগীক লক্ষ্ণৌৰ পৰা এয়াৰ এম্বুলেঞ্চযোগে এইমচত ভৰ্ত্তি কৰোৱাৰ পিছতে 5 জনীয়া জেষ্ঠ চিকিৎসকৰ দল এটা ভুক্তভোগী গৰাকীৰ নিৰীক্ষণৰ বাবে নিয়োগ কৰা হৈছে ৷ সোমবাৰে নিশা গঠন কৰা হৈছিল বিশেষজ্ঞ চিকিৎসকৰ দলটো ৷ এইমচ কৰ্তৃপক্ষই এক প্ৰেছ বিবৃত্তি যোগে প্ৰকাশ কৰে যে লক্ষ্ণৌস্থিত কে জি এম ইউ (King George Medical University)ৰ পৰা এইমচলৈ অনা ভুক্তভোগীৰ অৱস্থা শোচনীয় হৈ থকা বাবে তেওঁক Life Supportত ৰখা হৈছে বুলি জানিবলৈ দিয়ে ৷

  • Trauma Centre, All India Institute of Medical Sciences on the health condition of Unnao rape victim: She is sick, on life support system, needing medication to support her blood pressure. She remains critical and is undergoing treatment under multi-disciplinary team of doctors.

    — ANI (@ANI) August 6, 2019 " class="align-text-top noRightClick twitterSection" data=" ">
উল্লেখ্য যে, 28 জুলাইৰ নিশা ৰায় বাৰেলী অভিমুখে গৈ থকা অৱস্থাত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল উন্নাও ঘটনাৰ ভুক্তভোগীৰ বাহনখন য'ত গুৰুতৰভাৱে আহত হৈছিল ভুক্তভোগীৰ লগতে তেওঁৰ অধিবক্তা আৰু মৃত্যু হৈছিল দুগৰাকী সম্পৰ্কীয় মহিলাৰ ৷ পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত এইমচলৈ প্ৰেৰণ কৰা হৈছিল ভুক্তভোগীক ৷ 2017 চনত সংঘটিত হোৱা এই ধৰ্ষণ কাণ্ডত সাঙুৰ খাই পৰিছিল বিজেপি বিধায়ক কুলদিপ সিং চেঙগৰৰ নাম ৷ 2017ৰ জুন মাহৰ 4 তাৰিখে কাম বিচাৰি চেঙগৰৰ ঘৰলৈ গৈছিল ভুক্তভোগী মহিলাগৰাকী ৷ 1 আগষ্টত চেঙগৰক দলৰ পৰা বহিস্কাৰ কৰা হৈছিল ৷ শেহতীয়া বাতৰি অনুযায়ী ভূক্তভোগীৰ অধিবক্তাকো লক্ষ্ণৌস্থিত কে জি এম ইউৰ পৰা এইমচলৈ অনা হৈছে ৷
  • Lucknow: The ambulance, carrying lawyer of Unnao rape survivor, leaves from King George Medical University Hospital. He is being shifted to AIIMS (All India Institute of Medical Sciences) Delhi. He and the rape survivor were injured in an accident in Raebareli. pic.twitter.com/OB5L55HvXF

    — ANI UP (@ANINewsUP) August 6, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

AIIMS SETS UP 5 MEMBER TEAM OF DOCTORS TO MONITER UNNAO RAPE SURVIVOR

উন্নাও ধৰ্ষণৰ ভূক্তভোগীৰ নিৰিক্ষনৰ বাবে 5 জনীয়া জেষ্ঠ চিকিৎসকৰ দল নিয়োগ

নিউজ ডেস্ক, 6 আগষ্টঃ সোমবাৰে নিশা উন্নাও ধৰ্ষণ কাণ্ডৰ ভূক্তভোগীক লক্ষনৌৰ পৰা এয়াৰ এম্বুলেঞ্চযোগে এইমচত ভৰ্ত্তি কৰোৱাৰ পিছতে 5 জনীয়া জেষ্ঠ চিকিৎসকৰ দল এটা পিড়িতাৰ নিৰিক্ষনৰ বাবে নিয়োগ কৰা হৈছে ৷ সোমবাৰে নিশা গঠন কৰা হৈছিল বিশেষজ্ঞ চিকিৎসকৰ দলটো ৷ এইমচ কৰ্তিপক্ষয়ে এক প্ৰেছ বিবৃত্তি যোগে প্ৰকাশ কৰে যে লখনৌস্থিত কেজিএমইউ (King George Medical University)ৰ পৰা এইমচলৈ অনা ভূক্তভোগীৰ অবস্থা শোচনীয় হৈ থকা বাবে তেঁওক life supportত ৰখআ হৈছে বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, 28 জুলাইৰ নিশা ৰায় বাৰেলী অভিমূখে গৈ থকা অবস্থাত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল উন্নাও ঘটনাৰ ভূক্তভোগীৰ বাহনখন যত গুৰুত্ব ভাবে আহত হৈছিল ভূক্তভোগীৰ লগতে তেঁওৰ অধিবক্তা আৰু মৃত্যু হৈছিল দুগৰাকী সম্পৰ্কিয় মহিলাৰ ৷ পৰবৰ্তি সময়ত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত এইমচলৈ প্ৰেৰণ কৰা হৈছিল ভূক্তভোগীক ৷ 2017 চনত সংঘটিত হোৱা এই ধৰ্ষণ কাণ্ডত সাঙুৰ খাই পৰিছিল বিজেপি বিধায়ক কুলদিপ সিং চেঙগৰৰ নাম ৷ 2017ৰ জুন মাহৰ 4 তাৰিখে কাম বিচাৰি চেঙগৰৰ ঘৰলৈ গৈছিল ভূক্তভোগী ৷ 1 আগষ্টত চেঙগৰক দলৰ পৰা বহিস্কাৰ কৰা হৈছিলে ৷ 
aiimsaug6_KM8H5Ij.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.