ETV Bharat / bharat

পেলনীয়া প্লাষ্টিক এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দুঃ তিনি দশক জুৰি ভুৱনেশ্বৰৰ এহাল দম্পত্তিৰ ব্যতিক্ৰমী প্ৰচেষ্টা - প্লাষ্টিক মুক্ত প্ৰচাৰ ইটিভি অসম

প্লাষ্টিক মুক্ত সমাজ গঢ়াৰ বাবে ভুৱনেশ্বৰৰ এটা দম্পত্তিয়ে আৰম্ভ কৰিছে এক নতুন যাত্ৰা ৷ তিনিটা দশক ধৰি দম্পত্তিহালে অব্যৱহৃত পেলনীয়া সামগ্ৰীৰে তৈয়াৰ কৰি আহিছে দৈনন্দিন জীৱনৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী ৷

plastic free campaigning
প্লাষ্টিক মুক্ত সমাজ গঢ়াৰ বাবে ভুৱনেশ্বৰৰ এহাল দম্পত্তিৰ ব্যতিক্ৰমী প্ৰচেষ্টা
author img

By

Published : Dec 16, 2019, 3:16 PM IST

ভুৱনেশ্বৰ, 16 ডিচেম্বৰঃ প্লাষ্টিক মুক্ত সমাজ গঢ়াৰ বাবে ভুৱনেশ্বৰ এটা দম্পত্তীয়ে আৰম্ভ কৰিছে এক নতুন যাত্ৰা ৷ পেলনীয়া সামগ্ৰীৰে দম্পত্তীটোৱে গঢ়ি তুলিছে বিভিন্ন ঘৰুৱা সামগ্ৰী ৷ 1990 দশকতে প্লাষ্টিক মুক্ত সমাজ গঢ়াৰ বাবে সপোন দেখিছিল দম্পত্তীহালে ৷ তিনিটা দশক ধৰি দম্পত্তীহালে অব্যৱহৃত পেলনীয়া সামগ্ৰীৰে তৈয়াৰ কৰি আহিছে দৈনন্দিন জীৱনৰ প্ৰয়োজনী সামগ্ৰী ৷

ষাঠিৰ উদ্ধৰ্ৰ চাইবালা দাস আৰু তেঁওৰ স্বামীয়ে দেশৰ সকলোকে বিশেষকৈ যুৱ প্ৰজন্মক এনেধৰণৰ সামগ্ৰী তৈয়াৰ কৰাৰ বিষয়ে প্ৰশিক্ষণ দিব বিচাৰে ৷ "পৰিত্যাগ কৰাতকৈ পুনৰ ব্যৱহাৰ কৰা ৷" সেই মন্ত্ৰৰে এই মহৎ উদ্দেশ্যত আগবাঢ়িছে চাইবালা আৰু তেওঁৰ পৰিয়াল ৷

পৰিত্যাগ কৰাতকৈ পুনৰ ব্যৱহাৰ কৰা - এই মূল মন্ত্ৰৰে আগবঢ়া 69 বছৰীয়া চাইবালাই পেলনীয়া প্লাষ্টিকৰ প্ৰত্যেকটো সামগ্ৰীয়ে পুনৰ ব্যৱহাৰ কৰে , যাৰ প্ৰমাণ তেওঁৰ ঘৰৰ ভিতৰত সকলো ঠাইতে দেখিবলৈ পোৱা যায় ৷ বৰ্তমান পেলনীয়া সামগ্ৰীৰে ম'ৰা পাখি , ফুল , বিভিন্ন গছ গছনি ইত্যাদি প্ৰস্তুত কৰাত এটা দশক জুৰি তেওঁ ব্যস্ত ৷

প্লাষ্টিক মুক্ত সমাজ গঢ়াৰ বাবে ভুৱনেশ্বৰৰ এহাল দম্পত্তিৰ ব্যতিক্ৰমী প্ৰচেষ্টা

এতিয়া এই ক্ষেত্ৰত চাইবালাক প্ৰয়োজন চৰকাৰৰ যথোপযুক্ত সহায়ৰ ৷ যদি চৰকাৰে তেওঁক সহায় কৰে তেন্তে চাইবালাৰ এই প্ৰচেষ্টা যে বহুল প্ৰসাৰিত হৈ আন দহ জনৰ বাবে যে আদৰ্শ হ'ব তাত কোনো সন্দেহ নাই ৷

লগতে পঢ়ক , প্লাষ্টিক মুক্ত সমাজ গঢ়াৰ বাবে ৰাজপথত নামিছে এজন যুৱক

Intro:Body:

VO: A Bhubaneswar-based couple is transforming waste plastic into home decor products, which otherwise ends up in the trash.

GFX: It was back in 1990, that the couple decided to utilize the plastic waste  

BITE with translation band:

13.50-14.20

Sailababa: I have gifted many of these handmade decorative items to my family and friends and they have praised me for this.

14.30-14.50

I want to educate people as to how can they can reuse plastic waste that is accumulated in their houses.

VO: The couple Sailabala Das and her husband, who are in their sixties are giving amazing home decor ideas to all young people of the country.

GFX: 'Reuse rather than discarding',’ with this as her mantra, Sailababa started this noble effort  

BITE with Translation Band

Laxmi Narayan Das: Sailababa's Husband

15.20-15.42

As doctors recommended her to stay on medication for several years, it was then she decided to make use of the covers of her medicines. Subsequently, she started using other plastic waste.

Family praises her for this unique initiative and if the government will help her, she can definitely showcase her talent which will bring accolades for her work.

VO:'Reuse rather than discarding',’ with this as her mantra, 69-year-old Sailabala, utilizes each and every bit of plastic waste, which can be seen placed on shelves of her house.

GFX: Sailababa's family has been praising her for this unique initiative 

BITE with Translation Band

Nirmala Mohanty: Sailababa's Sister

16.30-17.10

I have been watching her for 20 years now and even I give all the plastic waste to her and she makes decorative products out of it.

Seeing her work, no one can ever say that she is 69-year-old.

VO: Sailabala has been engaged in making peacock, flower vases, artificial trees and plants for a decade now.

GFX: Sailababa's has been engaged in this work for a decade now  

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.