ETV Bharat / bharat

ওড়িশাত শৌচালয়ত ৭ দিনলৈ হোম কোৱাৰেণ্টাইন এজন লোকৰ - তামিল নাডুৰ এটা কোম্পানীত কৰ্মৰত মানস পাত্ৰ

তামিলনাডুৰ এটা কোম্পানীত কৰ্মৰত মানস পাত্ৰ নামৰ লোকজনে ওড়িশাৰ জগতসিংপুৰ জিলাৰ প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইন কেন্দ্ৰৰ থকাৰ ম্যাদ উকলি যোৱা হেতুকে নিজ ঘৰৰ সমীপৰ নিৰ্মাণ কৰা স্বচ্ছ ভাৰতৰ শৌচালয় এটাকে আইশ্বলেচন কোঠা হিচাপে গ্ৰহণ কৰিবলৈ বাধ্য হয় । নৱ নিৰ্মিত শৌচালয়টোত তেওঁ ৯ৰ পৰা ১৫ জুনলৈ ৭ দিন আইশ্বলেচন হিচাপে অতিবাহিত কৰে ।

ওড়িষ্যাত শৌচালয়ত ৭ দিনলৈ হোম কোৱাৰেণ্টাইন এজন লোকৰ

author img

By

Published : Jun 18, 2020, 3:55 PM IST

নেশ্যনেল ডেস্ক, ১৮ জুন : ওড়িশাৰ জগতসিংপুৰ জিলাৰ প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইন কেন্দ্ৰৰ থকাৰ ম্যাদ উকলি যোৱা হেতুকে তামিল নাডুত কৰ্মৰত আৰু ওড়িশা নিৱাসী এগৰাকী ২৮ বছৰীয়া লোকে এটা শৌচালয় ভিতৰত ৭ দিনলৈ কোৱাৰেণ্টাইন হৈ থাকিবলৈ বাধ্য হয় ।

ওড়িষ্যাত শৌচালয়ত ৭ দিনলৈ হোম কোৱাৰেণ্টাইন এজন লোকৰ
ওড়িষ্যাত শৌচালয়ত ৭ দিনলৈ হোম কোৱাৰেণ্টাইন এজন লোকৰ

চৰকাৰী বিষয়াই জনোৱা মতে,চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত হোৱা এই কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ কোৱাৰেণ্টাইন ম্য়াদ উকলি যোৱাৰ বাবে লোকজনে নুৱাগাঁও ব্লকৰ জামুগাঁৱৰ নিজ ঘৰৰ সমীপৰ শৌচালয়ত কোৱাৰেণ্টাইন হৈ থাকিবলগীয়া হয় । কিয়নো তেওঁৰ ঘৰতো আইশ্বলেচৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ঠাই নাছিল ।

তামিলনাডুৰ এটা কোম্পানীত কৰ্মৰত মানস পাত্ৰ নামৰ লোকজনক সুতুকন্দী স্কুলত চৰকাৰৰ নিৰ্দেশ অনুসৰি অস্থায়ী শিবিৰত ভৰ্তি কৰোৱাৰ পিছত ৭ দিনৰ বাবে ছুটী দিছিল মানস পাত্ৰক । টি এম চিত ৭ দিন থকাৰ পিছত ৰাজ্য চৰকাৰে তেওঁক পুনৰ ঘৰুৱাভাৱে আইশ্বলেচনত থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল ।

উল্লেখ্য যে, মানস পাত্ৰই টি এম চিত তেওঁৰ কোৱাৰেণ্টাইনৰ সময়সীমা বঢ়াই দিবলৈ অনুৰোধ জনাইছিল, কিয়নো ৬ জন সদস্য থকা তেওঁৰ বাসগৃহত আইশ্বলেচনৰ সুবিধা নাই । কিন্তু তেওঁক এই অনুমতি দিয়া নহ'ল । উপায়হীন হৈ মানস পাত্ৰই ঘৰৰ সমীপত নিৰ্মাণ কৰা স্বচ্ছ ভাৰতৰ শৌচালয় এটাকে আইশ্বলেচন কোঠা হিচাপে গ্ৰহণ কৰিবলৈ বাধ্য হয় । নৱ নিৰ্মিত শৌচালয়টোত তেওঁ ৯ৰ পৰা ১৫ জুনলৈ ৭ দিন আইশ্বলেচন হিচাপে অতিবাহিত কৰা বুলি জানিব পৰা গৈছে । বৰ্তমান মানসক আইশ্বলেচনৰ পৰা মুক্ত কৰি দিয়া বুলি জামুগাঁও পঞ্চায়তে সদৰী কৰে এই কথা ।

লগতে পঢ়ক: কন্টেইনমেন্ট জ'ন ঘোষণা বৰপেটা সত্ৰৰ সমীপৰ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.