ETV Bharat / bharat

লক ডাউন ভংগঃ মণিপুৰত 976 জনক আটক, 866 খন বাহন জব্দ - লক ডাউনৰ নিয়ম উলংঘাকাৰী

লক ডাউনৰ নিয়ম উলংঘাকাৰী 976 জনক আটক কৰা হৈছে মণিপুৰত । লগতে সংগ্ৰহ হৈছে মুঠ 1.25 লাখ টকাৰ জৰিমনা ।

লক ডাউন ভংগঃ
লক ডাউন ভংগ
author img

By

Published : Apr 30, 2020, 3:25 PM IST

নিউজ ডেস্ক, 30 এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশতে জাৰি হৈ আছে লক ডাউন । লক ডাউন অমান্যও কৰিছে একাংশ লোকে । এনে লক ডাউন ভংগকাৰী 976 জনক আটক কৰা হৈছে মণিপুৰত । মাস্ক নিপিন্ধাকৈ অহা বাবেও আটক হৈছে ইয়াৰে একাংশ । আনহাতে জব্দ কৰিছে 866 খন বাহন । মণিপুৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে এই তথ্য ।

আটক কৰা সকলোকে আদালতত হাজিৰ কৰোৱাই এওঁলোকক বিহা হৈছে মুঠ 1.25 লাখ টকাৰ জৰিমনা ।

ঠৌবাল জিলাৰ পৰা সৰ্বাধিক 263 জনক আটক কৰা হৈছে । ইফালে জিলা খনৰ আৰক্ষীয়ে "NO MASK, NO FUEL" নামেৰে এক অভিযান আৰম্ভ কৰিছে যাতে লোক সকলে মাস্ক পিন্ধিহে বাহিৰলৈ আহে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.