ETV Bharat / bharat

শ্ৰীলংকা বিস্ফোৰণ : নিহত ভাৰতীয়ৰ সংখ্যা 8 জনলৈ বৃদ্ধি

ইষ্টাৰ চানডেত ৰাষ্ট্ৰখনত সংঘটিত হোৱা আঠটাকৈ ধাৰাবাহিক বিস্ফোৰণৰ পাচত সোমবাৰে পুনৰ এটা বিস্ফোৰণ সংঘটিত হয় চুবুৰীয়া ৰাজ্যখনত ৷ বিস্ফোৰণৰ পাচতে শ্ৰীলংকাত জাৰি কৰা হৈছে জৰুৰীকালীন অৱস্থা ৷

শ্ৰীলংকা বিস্ফোৰণ : নিহত ভাৰতীয়ৰ সংখ্যা 8 জনলৈ বৃদ্ধি
author img

By

Published : Apr 22, 2019, 8:00 PM IST

নিউজ ডেস্ক, 22 এপ্ৰিল : শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহত ভাৰতীয়ৰ সংখ্যা 8 জনলৈ বৃদ্ধি৷ ভেমুৰাই তুলসীৰাম আৰু এ আৰ নাগৰাজ আৰু এইচ শিৱকুমাৰ নামৰ আন তিনিজন ভাৰতীয় নিহত হোৱাৰ কথা সোমাৰে সদৰী কৰিছে ভাৰতীয় উচ্চায়ুক্তই৷

ৰাষ্ট্ৰখনৰ 9 টাকৈ স্থানত হোৱা বিস্ফোৰণত ইতিমধ্যেই মৃত্যুক সাৱটিছিল কে জি হনুমানঠাৰয়াপ্পা, এম ৰঙ্গাপ্পা, লক্ষ্মী,নাৰায়ন চন্দ্ৰশেখৰ আৰু ৰমেশ নামৰ পাঁচজনকৈ ভাৰতীয়ই৷ ইষ্টাৰ চানডেৰ বিস্ফোৰণত শ্ৰীলংকাত মৃত্যুক সাৱটিছে 290 জনকৈ লোকে৷ এই বিস্ফোৰণত আহত হয় 500 জনকৈ লোক৷ এই বিভীষিকাময় পৰিস্থিতিত ৰাষ্ট্ৰখনত জাৰি কৰা হৈছে জৰুকালীন অৱস্থা৷

Intro:Body:

two more Indian dead in Sri Lanka

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.