ETV Bharat / bharat

নবী মু্ম্বাইৰ অ'এনজিচি প্লান্টত বিধংসী অগ্নিকাণ্ডত নিহত 5

author img

By

Published : Sep 3, 2019, 1:19 PM IST

মহাৰাষ্ট্ৰৰ নবী মু্ম্বাইত মঙলবাৰে অ'এনজিচিৰ গেছ প্ৰচেছিং প্লান্টত বিধংসী অগ্নিকাণ্ডত পাঁচজনকৈ লোকৰ মৃত্যু হৈছে ৷ ইয়াৰোপৰি, তিনিজনকৈ লোক অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হৈছে ৷

নবী মু্ম্বাইৰ অ'এনজিচি প্লান্টত বিধংসী অগ্নিকাণ্ডত নিহত 5

নেশ্বনেল ডেস্ক, 3 ছেপ্তেম্বৰ : মহাৰাষ্ট্ৰৰ নবী মু্ম্বাইত মঙলবাৰে অ'এনজিচিৰ গেছ প্ৰচেছিং প্লান্টত বিধংসী অগ্নিকাণ্ডত পাঁচজনকৈ লোকৰ মৃত্যু হৈছে ৷ ইয়াৰোপৰি, তিনিজনকৈ লোক অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হৈছে ৷ আৰক্ষী বিভাগে জানিবলৈ দিয়া অনুসৰি, মঙলবাৰে পুৱা 7 বজাত এই ঘটনা সংঘটিত হয় ৷ অ'এনজিচিৰ লগতে অন্য 22 খন অগ্নিনিৰ্বাপক গাড়ীৰ জৰিয়তে জুই নিয়ন্ত্ৰণ কৰা হয় ৷ এই বিধংসী অগ্নিকাণ্ডৰ সঠিক কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷ অ'এনজিচি বিভাগৰ পৰা দিয়া তথ্য অনুসৰি, তেলৰ প্ৰচেছিঙত কোনো ধৰণৰ প্ৰভাৱ পৰা নাই যিহেতু গেছবোৰ গুজৰাটৰ চুৰাট জিলাৰ হাজিৰা প্লান্টলৈ পঠিয়াই দিয়া হয় ৷

উল্লেখ্য যে, আহত কেইজনক ততাতৈয়াকৈ ওৰান চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ আনহাতে, অগ্নিনিৰ্বাপক বাহিনীয়ে দুঘন্টাৰ ভিতৰত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় বুলি অ'এনজিচিৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে ৷

গেছ প্ৰচেছিং প্লান্টত বিধংসী অগ্নিকাণ্ড

Intro:Body:

रायगड

उरण येथील ओएनजीसी गॅस प्रोसेसिंग प्लान्टला आग

 मंगळवारी सकाळी

सात च्या सुमारास ही आग लागल्याची प्राथमिक

माहिती 

अग्निशमन दलाच्या गाड्या

घटनास्थळी दाखक 

 या घटनेत तीन जण

गंभीर जखमी झाले आहेत

जखमींना तातडीने

नजीकच्या रुग्णालयात दाखल करण्यात आलं आहे.

फेब्रुवारी 2019 आणि डिसेंबर 2018 मध्ये येथील

कंटनेर यार्डमध्ये स्फोट होऊन भीषण आग लागली

होती.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.