ETV Bharat / bharat

হিমাচল প্ৰদেশত উদ্ধাৰ অসমৰ 48 গৰাকী শিক্ষাৰ্থী - টিম ৰেপটৰ্ছ নামৰ স্থানীয় দলে উদ্ধাৰ কৰে অসমৰ দলটোক

হিমাচল প্ৰদেশৰ পৰা উদ্ধাৰ অসমৰ 48 গৰাকীকৈ শিক্ষাৰ্থী ৷ হিমপ্ৰবাহত আৱদ্ধ হৈ পৰিছিল অসমৰ দলটো ৷ সুকলমে উদ্ধাৰ অসমৰ দলটোক ৷

হিমাচল প্ৰদেশত উদ্ধাৰ অসমৰ 48 গৰাকী শিক্ষাৰ্থী
author img

By

Published : Nov 8, 2019, 10:50 AM IST

Updated : Nov 8, 2019, 11:32 AM IST

নিউজ ডেস্ক, 8 নৱেম্বৰ:

  • হিমাচল প্ৰদেশৰ গুলাবাত উদ্ধাৰ অসমৰ ছাত্ৰ-ছাত্ৰী
  • অসমৰ 48 গৰাকী শিক্ষাৰ্থীক সুকলমে উদ্ধাৰ
    হিমপ্ৰবাহত আৱদ্ধ অসমৰ 48 গৰাকী শিক্ষাৰ্থীক উদ্ধাৰ
  • হিমাচল প্ৰদেশৰ ‘‘টিম ৰেপটৰ্ছ’’ নামৰ স্থানীয় দলে উদ্ধাৰ কৰে অসমৰ দলটোক
  • কুল্ল জিলাৰ গুলাবাত হিমপ্ৰবাহত আবদ্ধ হৈ পৰিছিল অসমৰ দলটো
  • শুকুৰবাৰে অসমৰ ছাত্ৰ-ছাত্ৰী সকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয় টিম ৰেপটৰ্ছে

লগতে চাওকঃ ওড়িশাৰ দুৰ্ভগীয়া এহাল পিতৃ মাতৃয়ে মৃত পুত্ৰক জীয়াই ৰাখিলে কিদৰে

Last Updated : Nov 8, 2019, 11:32 AM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.